পৃষ্ঠা:হেমকোষ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঋষ একতীয়া the monthly flow is over, that is on the thirl day of menstruation; the inonthly flow. ঋষভ, স, শ. {সৎ, ঋ, গতি ক} ঘড় গৰু, ভতৰা, a bull. ঋষি, স, শ, (সং. ঋ, গতি ক) মুনি, তপস্বী, ধাৰ্মিক আৰু জ্ঞানী ব্ৰাহ্মণ, পূৰ্ব্বকালভ উপস্যা আৰু জ্ঞানত শ্ৰেষ্ঠ আন জাতিৰৰ কোনো লোক ঋষি স্বৰূপে গণ্য হৈছিল, a sage, a piorts and learned man. ঋষ্যমু, স. শ. (সং. ঋষ্য, এবিধ পন্থ+ মুক, আঁকৰা) পূৰ্বে বান্দৰৰ ৰজা সুগ্ৰিব থকা দক্ষিণ দেশৰ এটা পৰ্বত, a non- tain in the Dakhin on which the Monkey chief Sugriva resided. . ঋষ্যশৃঙ্গ, স, শ, {সং. ঋষ্য, এবিধ পন্থ + শৃঙ্গ, শি) পহুৰ নিচিনা শিং থকা এজন ঋষি; এওঁৱেই দশৰথ ৰজাৰ পুত্ৰ হবৰ নিমিত্তে যজ্ঞ কৰিছিল, the name of a sage celebrated in the Ramayalla. ঋ, স, শ, { সৎ, ঋ, যা ভালুক, উৰা, a bear, a star. আন এটা ধাতুৰ ই-ভাগান্ত সিদ্ধা ক্ৰিয়াৰ পাচত থাকে }; যেনে, লেখি এটাই-ছে, খাই এটাই-ছে, to have a business finished. এহ, তা. অ. বেদনা বুজোৱা মাত, কেঁকনি, an exclamation of pain. এই, ব্য. স. (সং. এসা, এই হিৰোতা এই জনী তিৰোতা, this woman. এই, বি. স. {সং. এ, আগত থকা আগত বা ওচৰত থকা, this. এইটো, বি. স. { অং. এই+টো, উপস, আগত বা ওচৰত থকাটো, this. এই পেনে, ক্ৰি. বি. (অং. এই + পোন, দিশে) এই ফালে; যেনে, এই পোন যা; এই ফাললৈ; যেনে, এই ফাললৈ 1, by this side; to this side. এইয়া, বি. সৰ্ব. (অৎ, এই, আগত পকা ) আগত থকা বস্তু বা মানুহ, tits person or thing. ) এওঁ, ব্য, স, (সং. এত, আগত থকা আগত বা ওচৰত থকা মান্য লোক, ( 21.4.); he or she (signifying :a. respxcctable person present.) {সং. একঃ, এটা এটা, দুইৰ আধা; সংস্কৃত শব্দত বাজে ব্যঞ্জনেৰে আৰ হোৱা আন শব্দৰ আগত তাৰ “ক” প্ৰায়ে গুচে; যেনে, এক + টা, এটা এক + কঠা, একঠা, ইত্যাদি, one. একচিত্ত, বি. (সং, এক, ঐ + চিত্ত, মন) একে বিষয়লৈ মাখোন মন কৰা, একে কথাত মন লাগোবা, iaving the mind fixed on one object, intent upon. একঠীয়া, বি. (অ. এক, ঐ +কঠা, আদ- সেৰ } একঠা-ধৰা, holding half a see ( said of grain. ) একণীয়া, বি. (অং. এক, ঐ+কাণ, গুনা অঙ্গ) এখন কাৰ থকা, বিযুৰীয়া, যোৰৰ এটা নথকা, liaving one car, odd, not paired with another. . একতা, স. শ. (সং. এক ভা, প্ৰত্যয়) অনেকে

  • , ৯, ৪, এই ভিটা আখৰ থকা শব্দ অস-

মীয়া ভাষাত নাই, সংস্কৃততে কম, the eight), ninth and tenth letters res. pectively of the alphabet. There are no words commencing with any of them in Assamese and such are rare even in Sanscrit. এ। এ, বৰ্ণমালাৰ একাদশ আখৰ, the eleventh Jetter of the alphabet. , এ, ঙ, অ, অকস্মাত পোৱা সন্তোষ বা খং বুজোৱা মাত, an exclamation of sudden joy or anger. , এটা, অ, ধ (সংঅন্তু, শেষ ) কাম শেষ কৰ কামৰ পৰা অৱসৰ প; (ই-মদায়