পৃষ্ঠা:হেমকোষ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উল্লাসি উহোৱাবৰা উযুম, অ. ধ. “উখুম” চোৱা। উষ্ট্ৰ, স. শ. (সং. উ, পোৰ) উট, এবিধ জন্তু (সি তপত ঠাইত থাকে, এতেকে ); a camel. উষ্ণ, বি. (সং, উ, পোৰ) তপত জলা, hot, pungent. উঞ্চতা, শু. শ. ভাপ, তপণ, জলাঙ, heat, pungency উষ্ণীষ, স, শ. (সং. উষ্ণ, তপত + ঈষ, বাৰণ কৰ) গুৰি; সি মূৰত তাপ লাগিব নিদিয়ে, এতেকে; a turbati. উ, ভা, অ, দুখ বা আশ্চৰ্য্য ভাৱ বুজোৱা ate, an exclamation of pain or surprise. . উহ, ম. শ. { অং. উশাহ, নিশ্বাস। ভূমুক, মাটিৰ তলৰ পৰা পানী ওলোৱা বিন্ধা, পানীৰ নাড়ী; গুপ্ত কথাৰ সম্বাদ, উৱা দিহ; যেনে, চোৰে নিয়া বস্তু উহ ওলাইছে, a spring, a slight information of something hidden, উল্লসি, কদ, বি, আনন্দিত, ৰং পোৱা, cufte, delighted. উল্লিখিত্, কদ, বি. (সং. উৎ, উপস.+ লিখ, আখৰ দি} কোৱা, ব্যক্ত কৰা, mentioned, alluded to. উল্লেখ, স, শ, সৎ, উৎ, উপস. + লি, আখৰ দি) উনুকিওৱা কাৰ্য, প্ৰেস্তাৱ, mention, allusion. উৱল, অধা. ফাটি খণ্ড খণ্ড হ; যেনে,কাপোৰ- খান ফাটি উৱলি গল, গেলি এৰাই যা; যেনে, ঘা-ভোৱৰ উৱলি পৰিছে,গেলি বহল 6574, to be torn to pieces, to be shattered to be rotten, to slough off. উৱা, স. শ. (অ. উহ, গুপ্ত কথাৰ বুজ ) গুপ্ত কথাৰ অলপ সম্বাদ, a slight in- formation of something secret. উতে ভুক, কোনো গুপ্ত কথাৰ অলপ সম্বাদ পাইয়েই তাৰ বিষয় কৈ ফুৰ, to talk about something of which only a slight iuformation has been obtained . উৱাদিহু, স. শ. ( স. উদ্দেশ, অনুসন্ধান ) অনুসন্ধান, কোনো গুপ্ত বা ঢাক খাই থকা

    • 171 774 A, a clue, a knowledge

or understanding of something hiddou. উশাহ্, স. শ. (সং. উচ্ছাস, নাকে দি সুমোৱা বায়ু) নাকে ছি ভিতৰলৈ সুমুৱা আৰু বাজলৈ উলিওৱা বায়ু, the breath, উষা, স. শ. (সৎ উষ, ৰাতি পুৱা) পোনেই ৰাতি পুৰাই অহা সময়, অৰুণোদয়; আগৰ তেজপুৰৰ বাণ ৰজাৰ জীয়েক কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ ঘৈণীয়েক, tie . dawn, the name of a daughter of Bana Raja, who is supposed to have reigned at Tezpur. . উষা, স, ধা: “উথ” চোৰ। উষা-যাত্ৰা, স. শ. (সং. উষস্, পুৱা+ যাত্ৰা, যো} অৰুণোদয়কালতে যাবলৈ ওলোল, the act of entering on a journey in the early morning, a clue. উহ দি, মাটিৰ তলৰ পৰা জৰি ওলা, { পানীত খাটে); যেনে, এই পোনে পানীয়ে উহু দিছে; গুপ্ত ভাৱে অল্প সদ fh, to spring up, as water; to give a slight information secretly, to give a clue. উহ্ ল, গুপ্ত ভাবে বুজ ল; মাটিৰ তলৰ পৰ জৰি ওলা; পানীৰ ওপৰলৈ ওলাই উশাহ ল, { মাছ আদিত পাটে), to make a secret enquiry; to spring up, to rise to the surface of water, to breatlie. উহনি, স. শ. (অং. উহু, ভূমুক) অধিক ভুমুক থকা ঠাই; a place containing many spriugs of water, উহোৱা-জবৰা, স. শ. { অং. ঊযোৱ, শুদা পানীত সিজোৱা+জবৰা, জাবৰৰ নিচিনা) শুধা পানীত সিজোৱা শাক, vegetables or greens boiled in water without seasoning. (6)