পৃষ্ঠা:হেমকোষ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সু শৰণ খেৰু স্বৰ ছোৱা বৰ, the thatching grass. “উলু” এনেও হয়। উলু ল, খোৱাৰ পাচত সঁত খৰিকিয়া, ( প্ৰায়ে উলুবনৰ গুৰি ভাগেৰে সেই কাৰ্য কৰা যায় এতেকে ); to pick he teeth aftereating . উ-ফিচিকা, স, শ, (অং. উলু, ঐ + ফিচিকা, গজালি) উলুৰ নকৈ ওলোৱা গজালি, a sprout of the thatching grass. উলুৱনি, স. শ. (অং. উলু, ঐ) উলু-বনৰ gifs, a place covered with the above grass. , An to disobey, to encroach on (a boundary). উলঘ, } স. শ, (সং. ঐ) তুচ্ছজ্ঞান, উলংঘা, আজ্ঞা-অৱক্স; যেনে, ৰজাৰ আজ্ঞা উলঙ্গধা কৰিব নেপায়; সীমা ঠেলা, contempts disobedience, trespass upon a boundary. উলহ-মাহ, স. শ. (সং. উক্সাস, আনন্দ, মালহ, অনুব্ধ,) আনন্দেৰে ব্যস্ত হোৰ। অৱস্থা, ৰঙ্গেৰে কৰা খৰ-খেদা, joyful, haste. উলহ মাদলি, সদায় ৰঙ্গেৰে পূৰ হৈ থকা মানুহ। ৰত উত্তাল হোৱা অৱস্থা, ever joyful person, rapture, Acstasy. . উলাই, স. শ. (অং. উলম্বা, তুচ্ছ কৰা) তুচ্ছ বোধ, সামান্থ-জ্ঞান, egiitemst, disregard. { সদায় আগত থাকে); যেনে, জ্ঞানী মানুহৰ কথা উলাই কৰিব নেপায়। উলামুলা, বি. এলা-পেচা, সামান্য; লঘু; যেনে, উলামুলা মানুহ লৈ যাব নোৱাৰে, tanta, low, common, careless. উলামুলাকৈ, ক্ৰি. বি. অসাৱধান ৰূপে; carelessly. উলাহ, স, শ, (সং. উল্লাস, আনন্দ) আনন্দ, ৰং; সন্তোষ; delight, pleasure. স. ধা, অলপকৈ দাং, তেল, দাং খুৱা; { আনন্দ হলে মানুহৰ মন ওপৰলৈ উঠে, সেই ভাৱত ); যেনে, সেই শিলটো, উলাহি বই Catarfarcit, to lift, to raise. উলাহ মাৰ, দাঙ্গিবৰ নিমিত্তে ওপৰলৈ চিপ 70, to attempt to lift up. উলিয়া, সু, ধা, বাহিৰ কৰ, বাজলৈ আন্, ব্যক্ত কৰ; উপাৰ্জন কৰ, to bring out, to expose, to carn. উলু-পুলু, স, শ, পুলু পালং, কাম হেলা কৰি ইফাল-সিফাললৈ চাই কাল নিওৱা কাৰ্য, staring about and .doing nothing. উলু, স. শ. (সং. উলুপ, ঘৰ, ছোৱা বন ) উলুৱা-গোম, স. শ. (অং. উলু, ঐ+গোম, এবিধ সাপ। প্ৰায়ে উলুৱনিত থকা এবিধ fexta #794, a species of poisonous snake. উলুৱা-ফেঁচা, স. শ, (সং. উক, এবিধ চৰাই +পেচক, এবিধ চৰাই; দুইটা শব্দৰ একে অৰ্থ) শেন জাতিৰ এবিধ চৰাই, an owl, a barn owl. উদ্ধা, স. শ. ( সং, উল, দাহ কৰ জোৰ; আকাশৰ পৰা তললৈ নামি অহা জোৰৰ নিচিনা এটা দীপ্তি, a torch; a meteor or rather a meteorie liglit. উল্কাপাত, স. শ. {সং. উল্কা, জোৰ+পাভ, পৰা) আকাশৰ পৰা ৰ্জোৰৰ নিচিনা বন্ধুৰ পতন, the fall of a meteor. উস্কাপিণ্ড,সশ. (সৎ, উল্কা,জোৰ+ পিও, ঘুৰ- ণীয়া বস্তুআকাশৰ পৰা জোৰৰ দৰে পোহৰ হৈ মাটিত পৰা শিলআদি, an aerolite, উলমুলা, স. ধা, প্ৰবৃত্তি দি, চুকচুকা, মিঠা কথা কৈ মন ভুলা, to coax, to pel- suade by sweet words, to inveigle. উলমুলনি, স. শ. চ, persuasion, in- ducement. উক্সঘন, কদ, স, (সৎ উৎ, উপস+লঘ, গতি কৰ ) আজ্ঞা ভঙ্গ, সীমা ডেৱা, Ata cerat, disobedience, trespassing on a boundary, passing over. উল্লাস, স. শ. {সং. উৎ, উপস.+লস, প্ৰকাশ কৰ) আনন্দ, ৰ', delight..