পৃষ্ঠা:হেমকোষ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৯ উপেক্ষা, স.শ.(সং. উপ, উপস.+ ই দেখৃ) এৰা, ত্যাগ, তুচ্ছ জ্ঞান, ঘৃণা; যেনে,, যি বিষ্ণুক উপেক্ষা কৰি আন দেৱতাক fre, contempt, disregard. উপযাচি, ক্ৰি. বি. যাচি, নোখোজাকৈ; যেনে, উপযাচি দিয়া বন্ধু, without being asked, unasked. উপঙ্গ, বি. { সং. উপলম্বা, তুচ্ছ কৰা) তুচ্ছ, সামান্য, উপৰুৱা; যেনে, উপসুঙ্গা নাম, বিশ্বাসৰ বা মানিবৰ অযোগ্য; যেনে, উপলুঙ্গা কথা, mean, contemptible, unworthy of belief. উফ, অ, ধা. সিজি ডাঙ্গৰ হৈ অধিক হ, বাঢ়; যেনে, পুৰণি চাউলৰ ভাত উকায়, to be increased, as boiled rice. উফি, স, শ, { অং. উফ, বাঢ়; বেগাই বাড়ে, এতেকে) মূৰৰ ছাল ছিগা আৰু খজুওৱা এবিধ ৰোগ, dandriff. উব, স. ধা. { অং. ওপৰ, উচ্চ, অৰ্থাত ওপ- বঞ্চি) মান্ত মানুহৰ কথা নেৰাখ; আজ্ঞালৈ বাটু নেচাই কাম কৰ; যেনে, পিতৃ-মাতৃক উৰি কাম কৰিব নেপায়, to alisregard, to act without the order of. উবাজুবা, স. শ. হুলস্থূল, অনেক মানুহে কামত ব্যস্ত হৈ লৰালৰি কৰি এফালৰ পৰা আন ফাললৈ অহা-যোৱা কৰা কাৰ্য, confusion, bustle, hurried, activity. উবাৰ, বি. (অং. উৎপাৰ, নিৰ্মুল ক, দকৈ- খান) শূন্য, উচ্ছন্ন, সমুলি নষ্ট, শেষ; 507-***), desolate, laid waste, moc- cupied, lying waste. উবুৰি, বি. (ব. উবুড়, ওপৰৰ ফাল তল ) ওপৰৰ ফাল তল হোৱা; তললৈ মুখ i fa, fallen upside down or with the face downwards. উবুৰি খা, উবুৰি হ; ওপৰৰ ফাল তল হ, তললৈ পেট কৰি দীঘল হৈ পৰ, to fall upside down, to fall prostrate with the face downwards. উবুৰিয়া, স. , ( উবুৰি, ঐ) ওপৰৰ ফাল 4, to lay upside down. উৰ্তী, স, শ. (অং ওড়োতা, ওলোটা} বাজী ছাগলী, { স্বভাৱটো ওলোটা হয়, এতেকে) a barren she-goat. (কামৰূপী)। উভং, বি. অবাচ্য, লাজ লগা, shameful, obscene, উত্, স ধ (অং. উত্, থিয় ) ঘৰ আৰম্ভ কৰ, ঘৰ থিয় কৰ; কোনো কথা কৰিবৰ নিমিত্তে মনত আলচু, t) erect, to commence, to build a house), to contemplate. সং. উs, ওপৰ) থিয়, যিমান হব লাগে ভাকৈ অধিক ধিয়; (কোৰ, কুঠাৰৰ নালতু খাটে ), ভাৰু বিপৰীত সেও, set too steep (said of the handle of a hoe, axe, plough, &c.). উভয়, বি. (সং. উভ, দুই } দুইও, দুই, tooth. স. শ. দুটা মানুহ বা বস্তু, two persons or things. উভল, আ. . (সং. উৎপাটন, শিপাৰে সৈতে ভোলা} শিপা ছিগি কাতি হৈ প, মাটিৰ তলত থকা ভাগে সৈতে কাতি ", to be uprooted. উভলি, স. শ. (অং. ওভত, ঘুৰি আহ ) হাল বোৱা মাটিৰ মূৰ, সীৰলুৰ মূৰ, the place in a field from where the plough- inan turns back in ploughing. . উহ, স. শ. ( অণ. উভ, থিয় ) নিজ পাট-আদিত থকা জোঙ্গা বা অসমান বন্তু; যেনে, বহুৱা গছেৰে চছা পাটত উহা থাকে; এতেকে আসোৱাহ, আপত্তি; যেনে, তেওঁ উউহা উলিয়াইছে, anything that rises like a small thorn on a smooth surface, an objection. উভা, স. . (সং. উৎপাটন, শিপাৰে সৈছে ভোলা) শিপাৰে সৈতে তুলি পেলা, মূলে সমন্বিতে তুলি পেলা, ta) root up, উতীয়া, বি. ( অং. উভ, মিহি মোহোৱা) চৰীয়া, ঠঙ্গা, (বিশেষকৈ কপাহৰ শৃদ্ধা খাটে); যেনে, উভীয়া সূতা, অসঙ্গত, অযুত; যেনে, উদীয়া কথা, উভীয়া উতৰ, ইটা, কেঁচা কথা কোৱা, যুক্তি নুশুনা