পৃষ্ঠা:হেমকোষ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপস্থিত ১১ উপেন্দ্ৰ স্থা, আকু) গুপ্তাঙ্গ; অসমীয়াত ঘাইকৈ মতাৰ গুপ্তাঙ্গকহে বুজায়, tie male or female organ, especially that of male. উপস্থিত, ক. বি. (সং. উপ, উপস. +স্থা, থাক আগত অহা, আগত থকা, present. উপস্থিতি, স. শ. আগত থকা কাৰ্য্য, presence. উপহাৰ, স. শ. { সৎ, উপ, উপস. + আন্) সম্মান কৰি দিয়া ভেট, দেৱতাক fr Cacant, a present to a superior, an offering to a god. উপহা, স. শ. {সং. উপ, উপস.+ হ, হাঁহ) লোকক হঁহ কাৰ্য, ইতিকিং, খেনি, formy, ridicule, derision. উপাক-পা, স. শ. { অং. পাক, মোেেৰ বিমোৰ, টান পাক, a complication, the state of being involvel in difficulty. বি. বৰকৈ মেৰোৱা, টান; যেনে উপ- পা কথা, উপাক-পা গাঁঠি, compli- cated, involved. উপাখ্যান, স. শ. (সং. উপ, উপস. + অখ্যান, সাধু কথাপুৰণি কথা, সঁচা বা মিছা সাধু কথা, a story, a fale. উপাঙ্গ, স. শ. (সৎ, উপ, উপস. + অঙ্গ, গাৰ কোনো এভগ) সৰু অঙ্গ, নখ, চুলি, আদি, aminor limb or member, such as hair, nail, &c. উপাদেয়, বি. (সং. উপ + অ, উপস.+ দা, দি) লবৰ যোগ্য, অতি উত্তম, excellent. উপাধি, স. শ. (সং. উপাধি,--উপ, আৰু আ, উপস.+ ধা, ধাৰণ কৰ খিতাপ,সম্মান- বুজোৱা নাম, a title, an appellation of honour. উপাধ্যায়, স. শ. সৎ, উপাধ্যায়—উপ, আৰু অধি, উপস+ই, গতি ক} ধ্যা- পক, পঢ়াওঁ, a literary teacher. উপাত্ত, বি. (সং. উপাত্ত-উপ, ওচৰ + সম্ভ, শেষ, অন্তৰ ওচৰৰ } শেষ আখৰৰ আগত থকা; যেনে, উপাত্ত অকাৰ, penul- timate. উপাস্ত, বি. (সং. উপাত্ত, অস্তৰ ওচৰ, প্ৰায় অন্ত হোৱা) উচ্ছন্ন, নষ্ট, ভোলা; যেনে, গাওঁ উপান্ত হল, ruined, laid waste. উপায়, স. শ. (সং, উপ, আৰু আ,উপস,+ই, গতি ক) যাৰ দ্বাৰা কোনো কাৰ্য সিদ্ধ হয়, চেষ্টা; ধন-বস্তু, means, property. উপায়হীন, বি. (সং. উপায়, ঐ+হীন, নখকাযাৰ দ্বাৰা কাৰ্য হয় সি নথকা, ধনহীন, দুখীয়া, without means, Kont. উপাৰ্জন, কদ, স, (সং, উপ, উপস.+অৰ্জন ) ঘটন, অৰ্জা কাৰ্য; পৰিশ্ৰমৰ পৰা Ti amo, the act of caruing, things eamet. . উপাৰ্জিত, কদ, বি. ঘটা, পৰিশ্ৰম কৰি ats a), earnel, acquired. উপাল, স. শ. {সং. উপ, আৰু আ, উপস, +ল, গালি পাৰ কামৰ্যতা; অসম্মান, গালি, disrespect. উপাস, স, ধা. (সং. উপাসন, আশ্ৰয় ক} সেৱা কৰ, ভক্তি কৰ, আশ্ৰয় কৰ; যেনে, “উপাসন্ত দেৱগণ,” to serve, ta) ala, উপস, কদ, স. (সং. উপ, উপস, + অ, থাকৃ) আশ্ৰয়-কৰোতা, পূজা-কৰোতা, 09**, a worshipper, a dependent. (স্ত্ৰী) উপাসিকা। উপাসনা, স, শ. {স, উপাসন, সেৱা) দেৱ- তাক ক সেৱা, ভক্তি বা আৰাধনা, worship, adoration: উপাসা, স. শ. (সং. উপাসন, সেৱা) ডাঙ্গৰ লোকত কৰা খাটনি, সেৱা, ভাৰসা, depx:- dence, service. উপাসিতু, কদ, বি. (সং. সেই আৰাধনা কৰা, যাক উপাসনা কৰা যায়; যেনে, উপাসিত দেৱতা, worshipped. উপস্থি, স. শ. (সৎ উপ, উপস. + অস্থি, হাড়) কোমল হাৰ, a cartilage, উপস্থ, কদ, বি. (সং. সেই ) উপাসনা কৰি 77 0975T, to be worshipped, to be served. উপেন্দ্ৰ, স. শ.(সং, উপ, উপস.+ ইন্দ্ৰ, স্বৰ্গৰ 1) far, Vienu,