পৃষ্ঠা:হেমকোষ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উভৈনদী। ১২ মজঙ থকা এটা পৰ্বত আৰু তাৰ ওপৰত থকা শিবলিঙ্গ; পাৰ্বতী জিৰাবৰ নিমিত্তে সদাশিৱই ভস্মৰ দ্বাৰা সেই পৰ্বতৰ সৃষ্টি কৰিছিল বুলি তন্ত্ৰ লেখা আছে, এতেকে 095 Ta, a rocky island at Ganhati and the symbol of Shiva on the top of it. যেনে, উভীয়া মানুহ, parse (sail of thread) unreasonable, rough, rude. উভৈনদী, বি. (সং. অব্যয় নদী, শেষ নোহোৱা নৈ) সদায় বৈ ধ নদীৰ নি- চিনা, শেষ; যেনে, তেওঁৰ ঘৰত ধন cis an inexhaustible, abundant. উম, স. শ. ( সৎ, উষ্ম, তাপ } তপত গুণ, জাৰৰ অভাৱ, অলপ ভাপ, gentle heat, warmth. উমনি, স. শ. (অং. উমা, কণীততাপদি ) চৰাইয়ে কণীৰ বা পোৱালীৰ ওপৰত পৰি তাপ দিয়া কাৰ্য; যেনে, পাৰ উমনিত face; the act of sitting upon eggs, or young. উমা, দ, ধ, { অং. উম্, তাপ) কণীৰ বা পোলীৰ ওপৰত পৰি তাপ দি, to broof on, to inculcate. উমনি দি, জগিবৰ কাৰণ চৰাইৰ তলত স্থাপ, (**); to place is eggs under a bird for hatehing. . উমনিত পৰ, কণীত ভাপ দি, to broof on. উমা, স. শ. (সং. উ, হেৰা+মা, নকৰিবা) দুৰ্গা, পাৰ্বতী; পাৰ্বতী তপস্যালৈ যাওঁতে হেবা নেষাবা ” এই বুলি বাধা কৰিছিল, এতেকে, a name of Durga. উমাকান্ত, স. শ. (সং. উমা, দুৰ্গা+ কান্ত, পতি) উমাৰ গিৰিয়েক, মহাদেৱ, সদা fora, a name of Shiva. উমাজাল, স. শ. (অ. উম, প+জাল, জুইৰ ভাপ) অলপ জুইৰ তাপ, genitle heat of fire. উমা-জালে, ক্ৰি. বি. বৰকৈ নজাকৈ, অলপ- অলপকৈ জলি; যেনে, জুই কুড়াই উমা- oftest office, with a gentle heat or smothered combustion. উমান, স. শ. (সং, অনুমান, অনুভৱ) গম, আঁটুকাল, সঁহাৰি, aconjecture formeal from sounds of the approach of কাৰ; মাকে এ উমি-উমি, বি. (অৎ, উম, তাপ) অতি অলপ (তাপৰ বিশেষণ); যেনে, উমি-উমি প 429, slight (saic of heat ). ff.fo. জুইৰ আগ নোলাৱাকৈ অলপ-তালপকৈ পুৰি; যেনে, জুই কুড়া উমি-উমি জ্বলিছে, in a smouldering manner. . উমেদৱাৰ, স. শ. (যাং.) কাম পাবৰ উমোৰ, নিমিত্তে আশা কৰা মানুহ, a candidate. উমেশ, স. শ. (সং. উমা, দুৰ্গা+ঈশ, পতি। সদাশিৱ, মহাদেৱ, 1 name of Shiva. উমৈহ, স. শ. মৰ হাত দুই বা 'তাধিক জনৰ অধি- যেনে, উমৈহতত থকা বস্তু, common possession of two or more personis. উমৈহতীয়া, বি. দুই বা অধিক জনৰ অধিকাৰ F, belonging to two or more persons. , উদ্মাম, স. শ. (অ, উম, তাপ + ঘাম, তাপত ওলোৱা গাৰ ৰদ) বুজবাজ, অ- সন্ধান; যেনে, সেই কথাৰ কিবা উমঘাম পাইছা নে? তালপ উদ্যোগ বা চেষ্টা; ( এই ভাবত প্ৰায়ে পাচত এটা না-পদ থাকে); যেনে, দৰাৰ ঘৰত বিয়াৰ উম- ঘামেই নাই, a slight notice, উৰ, ‘উড়' চোৱা। উ, স. ধা, (হি. ওঢ়না, পিন্ধন) পিন্ধু, পৰিধান কৰ; যেনে, ডাগৰীয়াই কাপোৰ tracy, to put on, as clothes. উথ, স. শ. (সং. উৰ বুকু+গম, গতি ক) বুকেৰে চুৰি ফুৰা জেঠী আদি জন্তু, ঘাইকৈ 114, a reptile, especially a snake. উ, “উড়” চোৱা। some one. উমানন্দ, স. শ, (সং. উমা, পাৰ্বতী + আনন্দ, ৰং) গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ