পৃষ্ঠা:হেমকোষ.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ধৱ। উধাতু উদ্ধৱ, স. শ. কৃষ্ণৰ এজন বন্ধুৰ নাম, the name of a person who was a friend of Krisna. উদ্ধাৰ, স, শ. (সং. উৎ, উপস, + 8, ধ) তোল; কোনো পুথিৰ পৰা তুলি অনা কাৰ্য্য; ৰক্ষ, আ'পদৰ পৰা সৰোৱা; সংসাৰৰ হাত সৰোৱা, মুক্তি, the act of raising; extracting; deliverance, salvatiora, স, ধ. তোল; আপদৰ পৰা ৰক্ষা ক, মুক্তি দি, to raise; to save; to deliver; to give salvation to উদ্ধাৰ, স. শ. ত্ৰাণকৰ্তা, সঙ্কটৰ পৰা ৰক্ষা- 76, a deliverer, a saviour. উদ্ধৃত, কৃদ, বি. (সং. উৎ, উপস. + ধ, ধৰ ওপৰলৈ তলা; যেনে, নাদৰ পৰা উদ্ধৃত পানী; লোকৰ লেখাৰ পৰা তুলি অন; যক্ষা কৰা, fran (out, as water from a well, extracted, delivered, sitvetl. উদবাউল, বি. (সং. উদ্বাতুল, বলিয়া) কোনো কথাত বৰকৈ মন লগাত বলিয়াৰ নিচিনা হোৱা, বৰ বাস্থ; যেনে, বিয়াৰ নিমিত্তে অমুক উদ্বাউল হৈছে; বৰ খং উঠাত আপে•ক পাহৰা; শোকত কাতৰ হোৱা, distractedly pursuing some thing, (listracted with anger or sorrow. উদ্বাহু, বি. (সং. উৎ, ওপৰ+ বাহু, হাতৰ ঠাৰিৰ গুৰি ভাগ) ওপৰলৈ হাত দঙ্গ, উৰ্দ্ধবাহু, having an arm lifted up, উদ্ভণ্ড, বি. (সং. উৎ, উপস.+ভণ্ড, দুষ্ট) দুষ্ট, wicked, vutrageons. উদ্ভণ্ডালি, শু. শ. দুষ্টালি, অমুৰি, outrage, troublesomchess. উদ্ভৱ, স. শ. (সং. উৎ, উপস. +ভূ, হ} উৎপত্তি, জন্ম, birtin, prottuction, উদ্ভাৱক, বি. উৎপন্ন কৰা, নতুন কথা উলি- যাব পৰা, producing, generating; inventive. (স্ত্ৰী) উদ্ভাৱিকা। উদ্ভিদ, বি. (সং, উৎ, উপস. + ভি, ভেদন ক) মাটি ভেদি ওলোৱা, sprout- ing, germinating 7. *. stara cena 8 বস্তু, গছ-বন-আদিৰ কোনো এবিধ বস্তু, a tree or plant, anything which germinates like a plant. উদ্ভূত, কুদ. বি. (সং. উৎ, উপস. + ভূ, হ) উৎপন্ন, জন্ম, hor, produced. উদ্যত, কদ, বি. (সং. উৎ, উপস.+ যম, ক্ষান্ত হ) সষ্টম, কাৰ্য্য কৰিবলৈ প্ৰস্তুত, ready to do an action. উদ্যম, স. শ. উদ্যোগ, কাৰবাৰ, exertion, উদ্যান, স, শ. ( সং. উৎ, উপস, +খা, গমন কৰ) গছ আদি ৰোৰা বাড়ী, ফুলনি, পহু গড়, a prove, a garden; a park. উদ্যানপাল, স. শ. (সং. উদ্যান, ঐ + পাল, ৰাখ) বাড়ী-চোৱা, পহু গড়-ৰখীয়া, a gardener, a protector of a garden or park. উদ্যোগ, স. শ. (সং. উদ্যোগ ---উ, উপস, + যুজ, লগলগ) যত্ন, চেষ্টt, encleavour, exertion, উদ্যোগী, বি. (সং. উদ্যোগিন--উদ্যোগ + ইন্) যত্নবান, চেষ্ট-কৰা, এলেহুৱা Capta, active, laborioux. উদ্বিগ্ন, বি. (সং. উদ্বিগ্ন উৎ, উপস. + ৰিজ, ভয় বা কষ্ট পা) চিন্তিত, ভাবিত, উৎকণ্ঠিত, উগুলগুগুল, anxions, full of anxiety. উদ্ধৃত্ত, বি. (সং. উদ্বৃত্ত-উৎ, উপস.+ বৃত্ত, স্থাপিত~-ত, থাক) কোনো কাৰ্যলৈ আঁটি বাঢ়ি থকা, জোৰাকৈ অধিক 471, left as a remainder. উদ্বেগ, স. শ. ভাবনা, উলথুল, কোনো কথাৰ কি ফল হল বা হব নজনাৰ নিমিত্তে frey, anxiety, agitation of the mind. উধনীয়া, বি. ( অং. উধান, চৰু থোৱা মাটি। উধানৰ দৰে ডাঙ্গৰ আৰু ঘুৰণীয়া; যেনে, Tata Centar, large and round like an 'udhan' or earthen support for a cooking vessel. উধাতু, বি. (অং. উ, অ+ ধাতু, জীবু) উন্নত বিত, বিচেষ্টা বা নিশ্বাস; যেনে, সি