পৃষ্ঠা:হেমকোষ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উধাতু খা। ১১৪ উপগত উধাতুহৈ লৰিছে, out of breath from উন্ম, বি, (সং. উৎ, উপস,+মত্ত, বলিয়া) fright or labor. বলিয়া, mad. (স্ত্ৰী) উম্মত। উধাতু খা, ভয়ত নিশ্বাস হ, to be out of উম্মত্ততা, গু, শ, বলিয়ালি, madness. breath from fright. উন্মাদ, বি. (সং. উৎ, উপস.+ মা, বলিয়া) উধা, স. শ. (সং. উদ্ধান, আখ) ভাতৰ বুলিয়া, mad, চৰু থোৱা মাটিৰ ডাঙ্গৰ চপৰা, an earth উন্মাদন, স. শ, কামদেৱৰ এপাট শৰ, one en support for a cooking vessel. of the arrows of Cupid. উধাৰু, স. ধা. {সং. উদ্ধাৰ, ৰাখ দুখৰ উন্মীলন্, কদ, স. (সং. উ, উপস.+মীল, হাত সৰুৱা, টানৰ পৰা ৰাখ, ৰক্ষা কৰ চকু জপা) চকু মেলা কাৰ্য্য; the act (এই ভাৱত প্ৰায়ে “উদ্ধাৰ ব্যৱহৃত হয়); of opeving (as the eye ). পাপৰ পৰা ৰক্ষা অৰ্থাৎ প্ৰায়শ্চিত্ত কৰ; to উন্মীলিত, কদ, বি, মেলা, চকুত খাটে ); save, to deliver; to atone for sin. যেনে, উন্মীলিত চক্ষু, opened the eye). উধাপলা, বি. (অং. উধাৰ, ৰক্ষা কৰ + উপ, উপস, (সং.) ওচৰ, তুলা, নূন, সামান্য, পলা, পাল-পতা) এবাৰ এজনে আনবাৰ ortfi, a prefix signifyiug near, আন জনে সহায়তা কৰা, ইজনে সি জনৰ likc, less, &c. সাহায্য কৰা, উপকাৰৰ সলনি উপকাৰ উপকথা, স. শ. (সং. উপ, মূল নথকা+ কৰা; যেনে, গাৱলীয়া মানুহবিলাক কথা, আখ্যান) সজা উপাখ্যান, মিছা 697796), mutually assisting, serv- সাধু কথা, a falyle, ing each other by turns. . উপক, স. শ. (স. উপ, উপস, +, কৰ) উনী, স. শ. ( হি উন্, মোচ্ছ, পাট সূত। খাদ্য বস্তু সুস্বাদ কৰিবৰ নিমিত্তে মিহ- নোমৰ নিচিনা, এতেকে) পাট সূতা লোৱা বস্তু; পূজাৰ নৈবেদ্য দিয়া ফল- Ta T, a reel for winding wilk. মূলাদি, কোনো বস্তু নিৰ্মাণ কৰিবলৈ উনীয়া, স. বা. উনীত পাট মৃত ল; সঘনে গাটোৱা সামগ্ৰী, anything alded to 5721 CTITI 74, to wind silk on the food to give relish to it, sauces; above; to go and come frcquently. fruits and roots, &c., offered to a উনী-শলা, স. শ. সূতা লোৱ কাঠ, a stick god; raw materials: for winding thread 01). উপকাৰ, স. শ. (সং. উপ, উপস, +, উনুকিয়া, স. ধা. (সং. উল্লেখ, উৎথাপন) ক) হিত, ইষ্ট কাৰ্য, benefit, favour. অলপকৈ উক্তি কৰু, ইঙ্গিতেৰে ক, to উপকাৰক বি. হিত, ইষ্ট কাৰ্য-কৰা, help- mention, to allude to. 37. 44. font উপকাৰী fing, assisting স, শ. উপকাৰ- CTC Toy, make an allusion, to give citu), a benefactor. উপকূল, স. শ. (সং. উপ, সমীপ+ কূল, তীৰ) উদ্ভি, স, মুনিহ মানুহে কাণত পিন্ধা কঁৰীয়া, সাগৰৰ তীৰ, a east, an carring worn by men. , উপকৃ, বৃদ, বি. উপকাৰ-পোৱা, benefited, উন্ন, বি. (সং. উৎ, ওপৰ+ন, চাপৰা) favoured. ওখ, জীবৃদ্ধি হোৱা, মহত, ডাঙ্গৰ, raised উপক্ৰম্, স. শ. (সঃ, উপ, উপস+ক, যা up, high, prosperous, improved. উদ্বেগ, কাৰ্য্য কৰিবলৈ যো কৰা, আৰম্ভ, উন্নতি, ম. শ. (সৎঐ) বৃদ্ধি, সুখসম্পৰ্ভি, an attempt, providing mcans. prosperity, improvement. উপগ, ৰূদ, বি. (সং, উপ, উপস.+গম, উন্নতীল, বি. (সং. উন্নতি, ঐশীল, স্বভাব) যা উপস্থিত, কোনো ঠাই পোৱা, উপ- ঐহিহাৱা, ভাগ্যবান, prosperous. নীত; তিৰেৰে সৈতে খোৱা লোৱা a hint.