পৃষ্ঠা:হেমকোষ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদাপদুমা। উদ্ধতালি নভঙ্গা, প্ৰথমে গজা পাছৰ সলনি ন দাত নগজা, (গৰু মহত খাটে , not chang- ing the first teeth, (said of cattlo). উদাৰ্পদুমা, বি. উমৈহতীয়াকৈ কৰা, অনেকে একো থাপ মৰা, বহুনায়কীয়া; যেনে, উদাপদুমা কাম ভাল নহয়, done by several persons without method. উদাৰ, বি. (সং. উৎ, আ, উপস. + ঋ, যা সৰল, মনে মুখে এক, কুচুট নথকা; বহল আৰু উচ্চ-মন-যুক্ত, right, sincere; liberal-aninded. উদাৰতা, স. শ. { সং. উদাৰ উদাৰগুণ, uprightness. উদামন', বি. (সং. উদাৰ, অকপট+মন, মতি অকপটী মন-যুক্ত, মনত কপট T54), literal-minded. উদাস্, স. শ. (সং. উৎ, আ, উপস.+ স্, থাক) বিষয়ত বিৰাগ, অনুৰাগৰ অভাৱ, taart, indifference, asceticism. উদাসি, বা উদাসীন, বি. (সং. উদাস, বৈৰাগ্য) বৈৰাগী. কেৱলীয়া, udifferent to happiness, disregarding the worldly affairs; leading a life of celibagy. স. শ. উদাসিন লোক, all ascetic; a colibate. উদাসিনতা, গু. শ. কেৱলীয়া অৱস্থা; অনু- উদাসীনতা, বগি থকা গুণ বা অৱস্থা, asceticism; indifference. উদাহৰণু, কদ, স. (সং. উদাহবণ-উৎ, অ, উপস.+ স্থা, সংগ্ৰহ ক) দৃষ্টান্ত, প্ৰমাণৰ স্কুল, an example. উদি, বি. (সং. উদি, মুকলি) ঢাকৃীনথকা, প্ৰকাশিত, মুকলি, uterytrett, open, bare, উদিত, কদ, বি. (সং. উদিত—উৎ, উপস, +ই, য) উদয় হোৱা; প্ৰকাশিত বা e, rising, coming to view, as the -মুদুলি, স. শ. বহুত মানুহ গোট খোৱাৰ পৰা হোল হুলস্থুল, confusion occasioned by the gathering of many persons, a tumult. উতি, স. শ. (সং. উদতি, ওপৰলৈ গতি উৎ, ওপৰ + গতি, গমন) উন্নতি, শ্ৰীবৃদ্ধি, ডাঙ্গৰ হোৱা, prosperity; improve)- ment. উকাৰণি লগাই, বাতি আহিব লগীয়াকৈ, ডিঙ্গিৰ গুৰিলৈকে, পেট ওপচাই, over- loading the stomacla, উদগী, কদ, বি. (সং. উদীৰণ—উৎ, ওপৰলৈ + গৃ, গিল ) পেটৰ পৰা ওপৰলৈ উলিওৱা বা বঁতিওৱা কাৰ্য, the act of vorniting . উদঘাট, কদ, স. (সং. উদ্দীপক-উৎ, উদ্দীপক, } উপস.+দীপ, জলা) জলওঁতা, প্ৰবল কৰো, (কাম ক্ৰোধাদিত খাটে; that which excites or inflaines the passions. উদ্দীপন, কদ, স. (সং. উদ্দীপন-উৎ+ দীপ) জলোৱা কাৰ্য, প্ৰবল কৰা, (কাম efTe ); exciting, intlaming the passions. উদ্দেশ, স. শ. (সং. উদ্দেশ—উৎ, উপস, + দিশ, দেখা) উৱাদিহ; যেনে, তাৰ উদ্দেশ পোৱা নাই; অভিপ্ৰায়; যেনে, এই কথাৰ উদ্দেশ কি; a la, sohe thing serving to guide or direct; an object, a purpose. উদ্দেশে, ক্ৰি. বি. লক্ষ কৰি, উপলক্ষে; যেনে, গ্ৰহব উদ্দেশে কৰা পূজা, to or towards. উদ্ধত, স. শ. (সং. উত্ত, উপস. + হন, হিংসা ক) ডেপ; উদ্ধৃঙ্খল, উতনুৱা, মন-বঢ়, আগ-পাচ মুগুণি কাম কৰা, raslı; rude, easily excitable, fool- hardy. উদ্ধগলি, ও. শ, উদ্ধত হোৱা অৱস্থা, উদ্ধত মানুহৰ স্বভাব বা গুণ, tashness, fool- liardiness. sun, &c. উদিয়া, ম. ধা. (অং. উদি, মুকলি ) ব্যক্ত কৰ, চাকী গুচাই উলিয়া, to uncover, to expose to the view.