পৃষ্ঠা:হেমকোষ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইষ্টাৰ্ডন। ১০২ ঈ বি. হিত, ইষ্ট; যেনে, ইষ্টান্তিক মানুহ, friendly. ইষ্টাৰ্চ্চন, . শ(সং. ইষ্ট, ইষ্টদেৱতা +অৰ্চন, পূজা। ইষ্টদেৱৰ পূজা, tle act of worshipping one's chosen (livinity. . ইস্, ভা, অব্য. আচৰিত বা দুখ-পোৱা ভাব- geta ate, an exclamation of surprise or pain. ইসা, স, শ. (যাং.) সাক্ষী, a witness, ইস্তফা, স. শ. (মৎ} মাটি বা কাম এৰা কাকত, a resignation. ইস্তাহাৰ, স. শ. (মং.) জাননি, ঘোষণা- 17, a notification, a proclamation, ইস্ত্ৰি, স. শ. { হিন্দী) ধোৱাই কাপোৰ ঘঁহা 14, an instrument for ironing clotlı. ইহকাল, স. শ. (সং. ইহ, এই+কাল, সময় এইকাল, এই জন্ম, this life. ইহলোক, স. শ. (সং. ইহ, এই+ লোক, জগত) এই জন্ম, ইহকাল, this sorld, this life. ইক্ষু, স. শ. (সং. ই, বাঞ্ছা কৰ) কুঁহি- ut, the sugarcane. ইক্ষু, স, শ, (সং, ইক্ষু+ বস, জোল) ex14 17, the juice of sugarcane, Taw sugar. ইক্ষাকু, স. শ. সূৰ্য্য বংশৰ আদি ৰজা, তেওঁ ৰামচন্দ্ৰৰ আদি পুৰুষ আছিল, the bune of the ancestor of Rama. ঈৰ্ষা, স. শ. (সং. ঈৰ্ষ, খিয়াল কৰ) ঈৰ্ষা, খিয়াল, পৰৰ ভাল দেখি হোৱা বেজাৰ, envy, “অমৃয়া ” চোৱা। ঈৰ্ষা, বি. (সং. ঈৰ্ষা, খিয়লীয়া) খিয়লীয়া, লোক ভাল দেখিব নোৱৰা, envious. ঈৰ্ষালু, বি. (সং, ঈৰ্ষা, খিয়াল ), খিয়লীয়া, envious. ঈশ, স, শ. {সং, ঈশ, শক্তিমান হ) ঈশ্বৰ, সৃষ্টিকৰ্তা; সদাশিৱ, গৰাকী; the Supreme Being; Shiva considered as the Supreme Being, a Master. ঈশান্, স. শ. (সং, ঈশ) মহাদেৱ, শিৱ, পূব আৰু উত্তৰ চুকৰ গৰাকী দেৱতী, a pame of Shiva, the God regent of the north-cast corner. ঈশান্-কোণ, স, শ, { সং. ঈশান + কোণ, চুক) পূব আৰু উত্তৰৰ মাজৰ দিশ, tha nortlı-cast corner, ঈশানী, স. শ. (সং, ঈশান (স্ত্ৰী) দুগা, পাৰ্বতী, a blame of Durga. ঈশ্বৰ, স. শ. (সং, ঈশ, ইচ্ছা কৰ) সৃষ্টিকৰ্তা, জগতৰ অধিকাৰ; শিৱ, মহা- দেৱ; গৰাকী, প্ৰভু; the Supremke Being Shiva, a Master, an owner. ঈশ্বৰ-পৰায়ণ, বি. (স. ঈশ্বৰ+ পৰায়ণ, ৰত) ঈশ্বৰক সেৱাত ৰত, ধৰ্ম্ম-কৰ্ম্মত fags, pious, godly. ঈশ্বৰপৰায়ণতা, গু. শ. ঈশ্বৰৰ ভক্তি, grolli- ness; picty. ঈশ্বৰী, স. শ. (সং. ঈশ্বৰ (স্ত্ৰী) ) আদা প্ৰকৃতি, ঈশ্বৰৰ সৃষ্টি কৰা শক্তি; পাৰ্বতী, দুৰ্গা; গৰাকিনী; গৰাকিয়নী, the creative power of (ol considered as a female, a nanıc of Durga con- sidered as such; a mistress. ঈষত, বি. (সং, ঈ, গতি কৰ) অলপ, কিঞ্চিত্ (অলপ বস্তু সোমকালে গত হয় অৰ্থাৎ ঢুকায় ); a little. ঈশ, ভা, অ, আশ্চৰ্য্য বা তুচ্ছ ভাৱ প্ৰকাশ ঈহ, কৰা অব্যয়, an exclamation of surprise or contempt. . ঈ, বৰ্ণমালাৰ চতুৰ্থ আখৰ, the fourtli letter of the alphabet. ঈকাৰ, স. শ. {সং. ঈ+ কাৰ, আখৰ) ঈ আখৰ, বিশেষকৈী; the letters ঈ espccially the symboli ঈদৃশ, বি. (সং. ইদম্, এনে+দৃশ, দেখ, এনে, এই ৰূপ, such, like this. (স্ত্ৰী) ঈদৃশী। ঈপি, কদ, বি. (সং. আপ, প্ৰাপ্ত হ} atfers, wished, desired.