পৃষ্ঠা:হেমকোষ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঈহ। উন্মুকনি। স, শ. (সং. ঈশা, নাঙ্গলৰ পৰা ঈহমাৰি, যুৱালিলৈ যোৱা মাৰি। নাঙ্গল আৰু যুৱলিক লগ-লগোৱা দীঘল মাৰি, the shaft of a plough. ঈক্ষণু, কদ, বি. (সং. ঈক্ষ, দেখ ) সৃষ্টি; sight, the act of seeingr. উ, বৰ্ণমালাৰ পঞ্চম আখৰ, the fifth_letter of the alphabet. উঃ, ভা, অ, দুখ বা আশ্চৰ্য্য বুজোৱা মাত, an exclamation of pain or surprise. উইল, স, শ, { ইং,) অন্তিম দানপত্ৰ, a will. । স. শ. (সং. উদ্দংশ, এবিধ পোক) কাঠ-বাঁহ আদি নষ্ট কৰা এবিধ পোক, the white ant. উইকৰ্কৰ, স. শ. (অং. উই+কৰ্কৰা, শুকান বস্তু) উই পৰুৱা থকা মাটিৰ বাহ, a nest of white ants, উঁইচিল, স. শ. { অং. উই+ টিলা, ওখ মাটি ) উইয়ে তোলা মাটিৰ ভেঁটি; উই 5. á heap of carth raised by viiite ants, উই-হাঁফলু, স. শ. (অ. উই+ফলু, ওখ মাটি) উঁইয়ে ভোলা ওখ মাটি, উইচিলা, a heap of carth raised by white ants. উৱৈ, স. শ. দেৱদাৰু গছ, a fir tree, উক-ক, স. শ.. লৰালৰি, খৰখেদা, a hurry. বি. ভাত নোপোৱা, কোনো ঠাইলৈ যাবলৈ ব্যৰ্থ, পলম সহিব নোৱৰা, in laste, eager to go away. উকট-পাটু, স. শ. (অং. উকট, ওপৰলৈ উঠি অহা + পাকট, তানু, পেট- পকোৱা, ৰাতি আহিবৰ উপক্ৰম, nausea. উক, অ, ধ, (সৎ, উৎকলিত, বৃদ্ধি হোৱা) গণনা কোনো সংখ্যা পূৰ হৈ বাঢ়ি থা; যেনে, এশ হৈ পাচ টকা উক- লিছে; বয়সৰ কোনো এক সংখ্যা পাৰ হ; সেই লৰাৰ চাৰি বছৰ উকলিছে; সি, চাৰি বছৰ উকলি, সোমাইছে, to be in excess gf a cer- tain number in counting; to be passed as an age. উকহ, স, শ. (সং. উৎক্ৰোশ, এবিধ চৰাই) এবিধ ডাঙ্গৰ চৰাই, an eagle. উকা, অ, ধ, (“উগ” চোৱা) কিছু দিন গুচি থাকি পুনৰহ (ধোৰ্গত খাটে); যেনে, অমুকৰ আঁৱৰি উকাইছে, to return after an interval as a disease. উক, বি. (অং.) ফুল নথকা; কেইবা বিধৰ বৰণ দ্বাৰা শোভিত নকৰা, বৰী তিনোতই উকা কাপোৰ পিন্ধে, plain, unadornel with different colors or flower work. উকা, অ. . (সং. উকস্, মপি) মলি ওলা; যেনে, গা ঘঁহিলে মুলি উকায়, 10 sepa- rate from the body as dirt. উকি, স. শ. {{ অং, উ, উচ্চ শব্দ ) ৰি, দূৰত থকা মানুহক ম শব্দ, a lotd calf t) person at a distance. উকি মা, দূৰৈত থকা মানুহক চিঞৰি মাত, to call to a person at a distance. উকিয়া, অ. বা. উকি মা, দূৰৰ মানুহক মাত, to call to a person at a distance. উকিল, স. শ. ( যাৎ.) উত্তৰ, প্ৰত্যুত্তৰ উকীল, কৰিবৰ নিমিত্তে নিযুক্ত কৰা , a pleadler, a counsel. উকুলিয়া, স. ধ. ( হিং. উগালনা, মুখৰপৰা উলিওৱ} মুখৰপৰা উলিয়া, to eject from the mouth. উকুলিওৱা, কদ, স, মুখৰ ৰাজ কৰা, ejected from the mouth. উক্ত, কৃ. বি. (সৎ, ৱছ, কথা ক) কোৱা, said, mentioned. উক্তি, স. শ(সং. বচ, কথা ক) কথা, Ps, saying, a statement, mention. উমুক, অনুব্ধ, ঘামৰ দ্বাৰা নিশ্বাস বন্ধ হোত যেনে 'শব্দ হোৱা বোধ হয় সেই শব্দ বুজোৱা মাত, an imitative sound uisud to express the suffocating selisation cansod by extreme heat. উকমুকনি, স. শ. (অং. উক্-মুকা, নিশ্বাস বন্ধ হ) বৰ ঘামে ধৰাত উশাহ লৰ নোৱৰা ৪ পাঁচ বছৰত