পৃষ্ঠা:হেমকোষ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইফলীয়া। ১০১ ইটান্তিক। নৈৰ এই অৰ্থাৎ ওচৰৰ পাৰ বা তি) নৈৰ এই ৰা ওচৰৰ পাৰৰ, নৈৰ এই পাৰত থকা; যেনে, ইপৰীয়া মানুহ, pertain- ing to or living on this side of the river, ইফলীয়া, বি. (অং. ই, এই, ওচৰৰ + ফাল, প্ৰদেশ বা পক্ষ ) এই প্ৰদেশ, এই পক্ষ, of this side, belonging to this party. ইফাল-সিফা, বি. ( অ. ই, এই + ফল, দিশ + সি, সেই, আন + ফাল, দিশ) এবাৰ এই পোনলৈ আকৌ অন পোনলৈ ঘুৰোৱা; যেনে, অমুকে লাজ পাই মুখ ইফাল-সিফাল কৰিলে, turned to this side and tliat. বাই, ক্ৰি. বি. (অ. ই, এই+ বাৰ, সময়) এই বৰ; যেনে, ইবাই আহে, ৰূপ এটা নিয়ে, সিবাই আহে, কাপোৰ এখন নিয়ে (“ ইবাই”ৰ পাচত “সিবাই” থাকে), {}n this becasion. “ সিবাই” চোৰ। ইভিতি-সিভিতি, বি. (অব.) ইফাল-সিকাল, turned to this side and that. To 5, the hilsa fishi, (Clupea alosa ). ইলুটি-সিটি, স. শ. { অং. ই, এই + লুটি, দতি + সি, সেই+ লুটি, তি) এলুটিৰ পৰা আন লুটিলৈ বাগৰা কাৰ্য, বাগৰা বাগৰি; যেনে, নৰিয়াই ভক্ত নেপাই ইলুটিসিলুটি কৰিব লাগিছে, act of turn- ing to this side and that or tossing about with pain. ইলে, স, শ. {বং, ইলেক) টকাৰ পৰা পাইক বেলেগোৱা ব ভ অংশ নে- থাকিলে টকাৰ অঙ্কৰ পাচত দিয়া চিন; ৫১, a mark set to separate the ligne enoting pies from that of a l'ull amount or placul alter the figure of a full aniount when there is no fraction. ইষ্ট, বি. (সং. ইষ্ট, হিউ-ই, বাঞ্ছা ক ) বাঞ্ছনীয়; যেনে, এই কাম ইষ্ট নহয়। হিত, প্ৰিয়; যেনে, ইষ্ট মানুহ, desir- able; friends, favourable. 7. *. বন্ধু, হিত মানুহ; বাঞ্ছা বা বাঞ্ছিত বিষয়; যেনে, তোমাৰ ইঃ সিদ্ধি হল, a friendl; a desire or desirul object. ইষ্ট-গুৰু. স. শ. {সং. ইষ্টগুৰ, নিজ গুৰু; ২৪, প্ৰিয় + ওক, ধৰ্ম্ম-শিক্ষিক) তাপোনাক শৰ লগোৱ। ও, আপোনাৰ ধৰ্ম্ম-শিক্ষক, one's own religious instructor. . ইষ্টতা, গু. শ. বন্ধুতা, friendship. ইষ্ট-দেৰ, } স. শ. (সং. ইষ্ট দেৱ, ইষ্ট ইষ্ট-দেৱতা, দেৱতা, নিজে উপাসনা-কৰা দেবতা---ইষ্ট, হিত+দেৱ, দেৱতা, স্বৰ্গৰ লোক ) আপুনি উপাসনা-কৰা দেৱতা, (শৈৱৰ ইষ্ট-দেৱত শিৱ, বৈষ্ণৱৰ বিষ্ণু, ett); thu god of special choice anal worship, one's tutelary divi- nity or a tutelary divinity. ইষ্টান্তিক, স, শ, (সং. ইষ্ট, বন্ধু + অস্তিক, গুৰি) ইষ্টতা, বন্ধুতা; যেনে, অমুকেৰে সৈতে ইষ্টান্তিক আছে, friendliness; ইমা, বি. সৰ্ব্ব, (হা. ই, এই + মান, পৰি- মাণ } এই পৰিমাণৰ, এতেক; যেনে, ইমান ধন, ইমান বেলি, গ) inuelt. ইমুখ-সিমুখ, স. শ. ইফালৰ পৰা সিফাললৈ মুখ-ঘুৰোৱা কাৰ্যা, the act of turning the face to this side and that. ইতাহান, স. শ. ( যাৎ ) পৰীক্ষা, an ইতিহান, } examination. ইয়া, স্থা, স, এই ঠাইত, her, at this place. ইয়াৰ, আ. স. এই ঠাইৰ, of this place, ইয়াৰপৰা, স্থা, সৰ্ব. এই ঠাইৰ পৰা, from this place. ইয়ালৈ, স্থা, সৰ্ব, এই ঠাইলৈ,. to this place. ইলী, স. শ. (সং, ইলীশ, এবিধ মাছ। এবিধ বৰ সোৱাদ, কিন্তু অধিক কাইট-