পৃষ্ঠা:হেমকোষ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আযিয়া আস্তি এষা বা থোপা; যেনে, কলাৰ আষি 47 want, a bunch of plantains. আষিয়া, স. বা. (অং. আফি, ঐআষি- বিলাক কাটি পৃথক কৰ; যেনে, কলা থোকা extfinal, to cut off and separate the bunches. আস্, ভা. অ. দুখ বা খং বুজোৱা মাত, an exclamation of pain or displeasure. আসক্ত, বি. (সং. অ, উপস.++ ষঞ্জ, আঁকো- আল-মাৰ বৰকৈ মন লগোৱা, ৰত, devoted, attached, cnamoured. আসক্তি, স. শ. কোনো বিষয়ত বা বস্তুত বৰকৈ মন লগোৱা কাৰ্য্য, ৰতি, প্ৰবল hat, attachment or fondness. আসঙ্গ, স. শ. {সং আ, উপস. + যঞ্জ, আঁকোৱল-মাৰ) সঙ্গ, লগ, ই প্ৰায় আন এটা শব্দেৰে লগ লাগি থাকে; যেনে, আসঙ্গলিপ্সা ( লগ লবৰ বা1 ), asso- ciation. আস, স. শ. (সং. আ, বহ) ঢাৰিবা- আদি বহা বস্তু, a seat. আসন্নকাল, স. শ. (মূং সং• আসন্ন, ওচৰ আসন্ন সময়, +কাল, সময়) মৰিবৰ সময়, মৃত্যুৰ ওচৰ, hour of death. আসৰিশ, বি. (সৎ, অসদৃশ, তুল্য নথকা) অতুল্য, তুলনা নথকা; এতেকে, বৰ প্ৰবল; যেনে, দুখ আসৰিশ, incomparable, very violent. আসহজ, “অসহজ” চো। আসাদ, কদ, স. (সং. আসাদন, প্ৰাপ্তি আ, উপস.+ ষ, গতি কৰ) কোনো কাৰ্যৰ নিমিত্তে বস্তু-সংগ্ৰহ; যেনে, শৰাধ- লৈ বন্ধু আসাদন কৰিছে, the act of collecting necessary things for a certain purpose. আসাদি, কদ, বি. কোনো কাৰ্য্যৰ নিমিত্তে গোটোৱা, যে-কৰা, collected for a certain purpose. আসা, স. শ. এখন দেশৰ নাম; “ অসম ” চোৱা। আশুৰিক, বি. (সং, অনুৰ, দৈত, অপ- দেৱত) অসুৰৰ দৰে আচৰণ কৰা, দয়া- মৰম-নোহোৱা, দুৰাচাৰ, demoniac, pertaining to a demon, cruel. আশুৰিতীয়া, বি. (সং, আসুৰিক, ঐ+মত, বিধি ) শাস্ত্ৰেৰ নিৰূপিত-নোহোৱা, শাস্ত্ৰ- নজনা মানুহে চলোৱা; ( দৰত খাটে। শাস্ত্ৰ বা সমাজৰ মৰ বিৰুদ্ধে চলা, not consonant with medical science, cm- pirical, not conforming to the rules of Shastra or Society. আসৈক, স, ধা. (অং.. আ, ন+সৈ, স্বীকাৰ) আসৈমা,অস্বীকাৰ-কব, to deny. আসেৱাহ, (অ, আ, ন+ সেৱাহু, সিদ্ধান্ত) কোনো কাম কৰাৰ বিৰুদ্ধে দেখোৱা আপত্তি; যেনে, পদকীয়াই আসোবাহ উলিয়াইছে। কাৰ্যৰ বাধা, বিঘিনি, objection mised against something, obstruction, hinderance, আসোৱাদ, বি. (অ, আ, ন+সোৱাদ, মিঠা। সোৱদ নোহোৱা; বিসোৱাদ, of bad taste, insipid. আস্তৰ, স, শ, (যা, অস্তৰ, কাপোৰৰ ভিতৰত লগোৱা কাপোৰ) কোনো কাপোৰৰ ভিতৰ ফালে লগোবা কাপোৰ; আশীত লগোৱা মহাস; বাবত দিয়া চূণ বালিৰ tot, tho lining of a.garment; foil or a thin coat of quick-silver with tiu laid on the back of a looking glass; a sand-plaster. আন্তব্যস্তকৈ, ক্ৰি. বি. (সং. অভ্যৰ্থনা, সমাদৰ। ঘৰলৈ অহা মানুহক সমাদৰ কৰি (বহিবলৈ কোৱাত খাটে), recciving with respect. আন্তি, বি. (সং. অস্তি, আছে) ঈৰ- মনা, believing in God, faithful. স. শ, ঈশ্বৰমনা মানুহ। এজন মুনিৰ নাম, a believer in God; the name of a Sage. আন্তি, স. শ. (সৎ, আস্থা, আদৰ) আদৰ; চেনেহ। সাধাৰণ মৰ, ৰতি, respect, fondness; affection.