পৃষ্ঠা:হেমকোষ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশি পাস আষি 1) এৰিব নেপায়; ( বাৰ পৰা আশা উৎপন্ন হয়, অৰ্থাৎ প্ৰথমতে বাঞ্ছা হয়, সেই বাঞ্ছা সিদ্ধ হবৰ আগন্তুক হলে সি byty)hope, expectation, desire. আশ পা, পাম পাম বুলি আশা কৰি থাক্‌, to wait in hopes. আশাৰী, বি. (সং, আশা, ঐ+ধ, ধৰ) আশাত বন্ধ, আশা এৰিব নোৱৰা, Tony, longing after, expectant. আশা পাশ, স, শ, (সং. আশা + পাশ, জী। আশাৰ জৰী, এৰিব নোৰ আশা, a longing desire, craving (lit., chain of desire ). আশা-বন্ধ, বি. (সং. আশা+বধ, বাঙ্ক আশাৰ দ্বাৰায় বন্ধ, আশা এৰিব নোৱৰা, bound luy desire, longing often. আশাশুস্বীয়া, বি. (স?.. আশয়, মন+শুদ্ধ, নিভাজ) উদাৰ চিতৰ; অকপটীয়া, sincere. আশী, সংখ্যা ( সং. অশীতি, আঠ-দহ) চাৰি কুৰি, eighty. আশীৰ্বদীয়, বি. আশীৰ্বাদ-সম্বন্ধীয়, শুভ- কামনা কৰি দিয়া; যেনে, গুৰু-ঘৰৰ আশীৰ্ব্বদীয়া মাল, rive with vishes for good. আশীৰ্বাদ, স. শ. ( স. আশী, মঙ্গল বাঞ্ছা+বাদ, কন} মঙ্গল বাঞ্ছা কৰা, আশ’সা কৰা, কুশল-ধ্বনি-কৰা, a bls- sing, a benediction. আশু, ক্ৰি. বি. (সং. অশ, ব্যক্ত হ) শীঞ্জে, সোনকালে, stoon, juickly. আশ্চৰ্য্য, বি. (সং. আ, উপস. + চৰ, গতিকৰ) আচৰিত, চমতুকাৰ আগেয়ে নেদেখা বা নোহোৰা; অদ্ভুত, won- derful, astonishing আশ্ৰম, স. শ. (সং. অ, উপস. + শ্ৰম, ধৰ্ম্ম কৃত্য ক) ধৰমী মানুহৰ থকা ঠাই; উদাসীনৰ সঞ্জ, ধৰমী মানুহৰ শ্ৰেী, ভাৰ সংখ্যা, চাবি;-যেনে, ব্ৰহ্মচাৰী, গৃহস্থ, বানপ্ৰস্থ, ভিক্ষুক; the abode of a religious person, a hermitage, one of the four religious orders. আশ্ৰমী, বি. আশ্ৰম থকা; চাৰি বিধ ধৰ্ম পখৰ-এবিধ আশ্ৰয় কৰা, belonging to a hermitage, following one of the four religious orders. আশ্ৰয়, স. শ. { সং. অ, উপস.+ী, সহায় ভজ ) সহায়, বক্ষক; যেনে, ঈশ্বৰ সক লোৰে আশ্ৰয়; ৰক্ষাৰ ঠাই, ৰক্ষাৰ উপায়; যেনে, অমুকে আশ্ৰয় দিছে, protector, protection, a place of refuge. আশ্ৰিত, কৃদ, বি. (সং. ঐ} শৰণাগত, অধীন, আশ্ৰয় লোৱা, dependant, prof:til, স. শ, লোকত আশ্ৰয় কৰি থকা মানুহ, অধীন, at lepentant. আ, স, শ, ( সং. অ, উপস+শ্বস্, উশাহ ল} দুখ গুচিবৰ ভাৰস পালে মানুহে ভালকৈ উশাহ লব পাৰে এতেকে, শাত্বনা; ভাৰসা, (onsolation, e- couragement. সমা-বাঞ্ছ সিদ্ধিৰ বিশ্বাস “আশা; দুখ গুচিৰৰ আশা পালে মনত যি শান্ত্বনা হয়, সি ঘশ্বাস; যেনে, বেজে অভয় দিলে বোগীয়ে আশ্বাস পায়। আশ্বিন, স. শ. {সং. অশ্বিনী, নক্ষত্ৰ এটা। ষষ্ঠ মাহ; আহিন মাহ {এই মাহৰ পূৰ্ণিমা অশ্বিনী নক্ষত্ৰ হয়, এতেকে সেই at ), September-October. আল-শলাই, স. শ. (সং. অঙ্ক শলাকা, ৰথৰ ঘিলাৰ মাজে সোমোৱা শলা) টেকি আৰু কঁতৰাৰ মাজে সুমুৱা মাৰি। the pin u wlich is supported a fuot pestle for pounding rice. আষাঢ়, স. শ. (সং. আষাঢ়া, নক্ষত্ৰ এটা তৃতীয় মাহ, আহাৰ মাহ, { এই মাহৰ পূৰ্ণিমা সদায় পূৰ্বাষাঢ়া নক্ষত্ৰত 9467 7967 ), June-July. আষাৰ, স, শ. (সং, অক্ষৰ, আখৰ) এটা আখৰৰ সমান কথা অৰ্থাৎ এটা শব্দ; যেনে, আষাৰ চৰেক কথা কওঁ, on word. শাষি, স. শ. (সং. অফি, চকু, গাঁঠি ) কলাৰ