পৃষ্ঠা:হেমকোষ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিলা আম্প, স. শ. (সং. অ, উপস.+পদ, বিষয় ) বিষয়; পদ; a subject, a rank, office. আস্পৰ্ধা, স. শ, (সং, আ, উপস, + স্পৰ্দ্ধ, অৰিয়া-অৰি কৰ) অহঙ্কাৰ, গল্প, pride. আস্ফাল, স. শ. {সং. অ, উপস. + কাল, কোব-মাৰ } কোব, আছাৰ, আঘাত; এতেকে, বীৰত্ব বা মহলি দেখোৱা কাৰ্য্য, ভৰ্জন-গৰ্জন, ভাবি, এlashing, a stroke; display of strength or power, a threat. অস্কাল, কুদ, স, আছৰ মৰা, আফাল মৰা, গৰ্জ, খং কৰি ডাঙ্গৰ শব্দেৰে কথা কোৱা TV, dashing, speaking in a loud and angry tune. আস্ফোট, স. শ. (সং. আ, উপস.+ ফুট, বহুল ক) মলে যুঁঝিৰৰ সময়ত বাহুত 21 577, striking on the arm as wrestlers at the time of fighting": স্বাদ, স. শ. {সং, আ, উপস.+ স্বাদ, সোদ। সোৰাদ, বস, স্বাদ, taste, {jav1. “সোবাদ” চোৰ। আস্বাদন, কদ, স. সোৰাদ বুজা বা ঢাকি চোৱা TYT, the act of tasting, আস্বাদন কব, চাকি ঢাই সোৰাদ বুজ, { taste. আহ, অ. ধসং. স্, বং, আইস, উপস্থিত হ) আগমন কৰ, ওচৰ চপ, tai torne, to approach. আহ, ভা, অ, আ, দুখ বুজোৱা মা, খৰ ate, an exclamation of paint or inger. আহ-যাহ, স. শ. ( অ- আহ, ঐ + যা, গমন কৰ অহা-যোৱা, গয়াত, intercourse, আহত, কৃদ. বি. (সং, আ, উপস. + হন, হিংসা ক) আঘাতৰ দ্বাৰা দুখ পোৱা, $751, struck, wounded. আহম্, স, শ, (সং. অসম, সমান নথকা ) অসম দেশৰ ৰজাৰ জাৰ মানুহ; “অসম” শব্দ চোল। 7 আহম্-আঠা, স. শ. এবিধ গছৰ আঠা, তাৰে খামতিবিলাকে দাৰ নাল বোলায়, আৰু আহম-ৰজাৰ দিনত মানুহৰ গাত চিন দিয়া গৈছিল; আহমবিলাকে তাক প্ৰথমে ইয়াত উলিয়ায়, tle gum of a troc (Melatorrljuca.) আহৰণ, কদ, স. (সং, আ, উপস. + স্ব, গ্ৰহণ ক) গ্ৰহণ; গোটাই অনা, as taking. আহৰি, “আজৰি” শব্দৰ অপভ্ৰংশ। আহলে-বহলে, ক্ৰি. বি. ( অ. আহল, অমুক, +বহল, পথালি) দীঘে পুতলে আটুট- ৰূপে; যেনে, এই কাপোৰে আহলেবহলে fas, sufficient in lùngth and breadth. আহা, ভা. স. আনন্দ প্ৰকাশ কৰা মাত, an exclamation of pleasure. আহাৰ, স. শ. {স, আ, উপ-+ , গ্ৰহণ ক} খোৱা বস্তু, খাদ্য দ্ৰব্য, fool. আহা, স. শ. { সং. আষাঢ়) বছৰৰ তৃতীয় মাহ, •-Jitly. তাহান্তে, চি. বি. (স. আহাৰান্তে -- আহাৰ, তোজন + অন্তে, পাচত ) ভোজনৰ অন্তত, খোৱাৰ পাচত, aff (ating. আহাৰীয়, বি. 'আহাৰ সম্বন্ধীয়, খোৰা; যেনে, আহাৰীয় বস্তু, catable, আহৰুৱা, বি. আহৰ মাহত হোৱা, bom or produced in the mouth of Assar. স. শ. আহাৰ মাহত অৰ্থাৎ বাৰিষা উৎপন্ন হোৱা এবিধ কল পোক, সেৱাহী-পৰুৱা, the blister fly. আহা-ব্যৱহাৰ, স. শ. (স. আহাৰ ব্যৱহাৰ, সংসৰ্গ-আহাৰ, ভোজন+ ব্যৱহাব, আচ- ৰণ) একেলগে তোজন আদি কৰা কাৰ্য্য, 7075f, the set of associating and nussing together. আহি, স, শ. (সং, আশ্বিন, এটা মাহ) 4594 ays, September-October. আহিনীয়া, বিং. আহিনত হোৱা, produced in Ashwin, মানুহৰ নাম বুজালে (পুং) আহিনা, (স্ত্ৰী) আহিনী হয়। আহিলা, স. শ. (সং. আহন, আঘাত কৰণ)