এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোক নুশুধিলে মই কিয় মৰাশ খালো। দেউতাকৰ | ||
কথাশুনি ৰাক্ষসীক মাকৰ ঘৰত থবলৈ আপুনি লৈ আহিল। | ||
ওজা | : | তেনেহ'লে তুমি মানুহ খোৱা নাছিলা? |
ডাইনাপালী | : | কথাষাৰ আপুনি আগতে শুধিব পাৰিলে হয়? |
ওজা | : | বাৰু মোক কথাখিনি বুজাই কোৱাচোন। |
ডাইনাপালী | : | চাওঁক ভোলা কমাৰৰ কথা আপুনি জানে। |
ওজা | : | শুনিছো। |
ডাইনাপালী | : | ভোলা কমাৰৰ কোনো বেটা পুত্ৰ নাই। কিন্তু তেওঁ সদায় |
কৰ্ম কৰে। | ||
ওজা | : | তেওঁ কৰা উপাৰ্জন খিনি খাই শেষ কৰিব নোৱাৰেষ |
বাকী ৰোৱা ধনখিনি ছমাহ বা বছৰত এবাৰ তেওঁ সোন | ||
কিনে। সোনখিনি গলাই এটা লাৰু কৰে। | ||
ডাইনাপালী | : | এই লাৰুবোৰ বুঢ়াৰ এখন জালমোনাত ভৰাই সদায় |
ককালত বান্ধি ৰাখে। | ||
ওজা | : | তুমি ইমান কথা কেনেকৈ জানিলা। |
ডাইনাপালী | : | বুঢ়াই কেতিয়াবা কেতিয়াবা চাহ কাপ কৰি দিবলৈ পানী |
একলহ আনি দিবলৈ মোক মাতিছিল। | ||
: | তাৰ পিছত কি হ'ল? | |
ডাইনাপালী | : | যোৱাকালী গধুলি যেতিয়া শুনিলো যে ভোলা কমাৰ |
মৰিল। মই জানো যেহেতুকে বুঢ়াৰ কোনো নাই। বুঢ়াক | ||
দাহন নকৰে। নদীত ভহাই দিব। সেই ভাবি মই গোটেই | ||
ৰাতি শুব পৰা নাই। | ||
ওজা | : | সেই কাৰণে তুমি ৰাতি নৌপুওতেই বিচনাৰ পৰা উঠি |
হাহিৰ টোপোলা- ৭৬