এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ডাইনাপালী || : || মজাৰ কথা। এটা পঠা ছাগাল আৰু এটা শিয়ালে সখী
| ওজা | : | মই শুনা নাই হা ডাইনাপালী। |
| বাইন্ধলাক। | ||
| ওজা | : | সখী বান্ধি শিয়াল আৰু ছাগলী আলোচনা কৰিলে৷ |
| ডাইনাপালী | : | আমি সমবায়ভিত্তিত আখান খেতি কৰো। এই বুলি |
| এক বেলা মাটি ছাগালে শিঙেদি আৰু শিয়ালে দাতেদি | ||
| নখেদি চহ কইল্লাক। | ||
| ওজা | : | মাটি চহ কৰি শিয়ালে চুৰ কৰি এঘৰৰ পৰা বিধান ধান |
| আনিলে। | ||
| ডাইনাপালী | : | ধান চিতলাক |
| ওজা | : | কেইদিন মানৰ পিছত ধান গজিল। দুয়ো সখীৰ আনন্দ। |
| পাল পাতি দুয়ো ধান ৰখিবলৈ ধৰিলে। | ||
| ডাইনাপালী | : | ধানৰ গজালি কোমল ঘাহ দেখি চাৰিও কাশে একামাৰ |
| দুকামাৰ কৰি পাঠাই খাই আছে। | ||
| ওজা | : | লাহে লাহে ধান পকিল। এদিন দুই সখী আলোচনা |
| কৰিলে। এতিয়া আমাৰ ধান ভগাব লাগে। | ||
| ডাইনাপালী | : | ভগাব লাগে বুলি পঠাই ক’লে ধানখিনি। মোৰ নৰাখিনি |
| আপোনাৰ। | ||
| ওজা | : | নহয় মোৰ ধান, শিয়াল গৰজি উঠিল। আনহাতে ধান |
| গজাৰ পৰা আপুনি খোৱা আৰম্ভ কৰিছে। সেইবাবে, | ||
| ধানখিনি মোৰ নৰা আপোনাৰ। | ||
| ডাইনাপালী | : | পঠাই কলে নহব। |
হাহিৰ টোপোলা- ৬৯