পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাল মানুহ ওজা

মাতৃবৎ পৰদাৰেষু পৰদ্ৰবৈচু লোষ্টবৎ

আত্মবৎ সৰ্বভুতেষু যঃ পঞ্চন্তি স পণ্ডিত এই নিতীবচন বিলাকৰ অৰ্থ তুমি জানা। অহঙ্কাৰ নকৰু কম-বেছি পৰিমানে মইয়ো জানো দে। মাতৃবৎ পৰদাৰেষু . ডাইনাপালীঃ ওজা ডাইনাপালী:

এইটো মই বেয়া পাও হা ওজা। লাগে মাই বেয়ায়ে পালাক তথাপি এনেকুৱা কাম মই কৰিব নোৱাৰো দিয়া। কি কাম কৰিব নোৱাৰা? কি মায়ে বেয়া পাই? ওজা : ডাইনাপালী : নহয় দিয়া মাই ভালপোৱাৰ কাৰণে।

কিহৰ কথা কৈছা তুমি ডাইনাপালীঃ অৰ্থ তু হা, মাতৃ মানে মা ঠিকে আছে? ওজা 8 অ ঠিকে আছে। ডাইনাপালী : পৰ মানে আনৰ হয় নে ওজা ওজা

হয়, আনৰ ডাইনাপালী: অৰ্থ দা মানে দা, মানে চুৰ কৰি মাক দিব লাগে। মূল পৰৰ দাৰে চুৰ কৰি আনি মাক দিয়াই হ’ল এই শব্দটোৰ অৰ্থ। ওজা

পণ্ডিত প্ৰবৰ দাই দি চুৰ কৰি আনি মাকক দেই তেনে

নহয়, পৰদ্ৰবেসু লোষ্টবত। পৰৰ বস্তুত মাটিৰ চপৰা যেন জ্ঞান কৰিব লাগে। ডাইনাপালী : এই চৰিত্ৰটো ওজা মোৰ সৰুৰ পৰাই। বাটত ক'ৰবাত কিবা দেখা পালেও মোৰ সেই ভাবটোৱে আহে। হাহিৰ টোপোলা- 80