পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা : এইটো বৰ ভাল কথা। ডাইনাপালী : আশীৰ্বাদ কৰা মনটো যাতে এনে পৱিত্ৰ হৈ থাকে। ওজা : আত্মবৎ সৰ্বভুবেষু, পৰৰ বস্তুক সদায় নিজৰ জ্ঞান কৰিব লাগে। ডাইনাপালীঃ এই জ্ঞানখিনি ভগৱানে অধমক সৰুৰ পৰাই দিছি দে ওজা। ওজা

এইটু বৰ ভাল গুণ। পৰৰ খেতিখনক নিজৰ খেতি

বুলি ভাবিব লাগে। ডাইনাপালীঃ ভাবো। ওজা 8 পৰৰ গৰু কেইটাক নিজৰ বুলি ভাবিব লাগে। ডাইনাপালীঃ ভাবো ওজা 8 পৰৰ বস্তু, তামোল-নাৰিকল আদিক নিজৰ বুলি ভাবিব লাগে। ডাইনাপালীঃ এইবিলাক ভাব মোৰ সৰুৰ পৰাই। সেইকাৰণে তামোল- নাৰিকল পাৰিব লাগিলে মই নিজৰ বস্তিক নাযাও। ওজা

ক’ত যোৱা তেনেহলে

ডাইনাপালী : আনৰ বস্তিক।

কিয়? ডাইনাপালী : নিজৰ বুলি ভাবো যে? ওজা

মই কি কৈছো জানা, মোৰ মা তুক ডাইনাপালী ঃ মোৰ মা বুলি ভাবো ওজা 8 মোৰ ভনীজনীক হাহিৰ টোপোলা- ৪১