পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ হৈলা পথাৰত। ওজা

আৰু তাকেই কৈছা। গুৰুজনাই লিখাটো ক’ব লাগে। গুৰুজনাই লিখিছি হৈলা পথাৰত৷ ডাইনাপালী : ওজা : তেনেহ'লে পুথিত যে লিখা আছে প্ৰথমত প্ৰিণ্টিং মিচতেক। ডাইনাপালী : ওজা : বাৰু ধৰি ললো পথাৰত বাকীখিনি চন্দ মিলিব লাগিব অৰ্থপূৰ্ণ হ'ব লাগিব। ডাইনাপালীঃ তুমি গায় যোৱা অৰ্থ হয় নে নহয় চোৱা। ওজা 8 এ ৰাম মৎস্য ৰূপে অৱতাৰ ডাইনাপালী : উদ্ধাৰিলা চাৰি বেদ ডাইনাপালীঃ চেপা, চৰহা, জালত।

এইবিলাক কি অৰ্থ কৰিছা তুমি।

ডাইনাপালীঃ কি ভুল হ’ল। যেতিয়া বাৰিষা বৰষুণ হয় তেতিয়া মৎস্য মানে মাছ প্ৰথমে ক’ত ওলাই, পথাৰত হয় ন নহয়। ওজা

হয় দা পথাৰত মাছ ওলাই।

ডাইনাপালীঃ , কোনোবাই জাকৈ, জুলুকি, চেপা, চৰহা, জাল ব্যৱহাৰ কৰি মৎস্য ৰূপ উদ্ধাৰ কৰি নিয়া নাই। ওজা

বাহঃ তোমাৰ অৰ্থ।
      • *** ***

হাহিৰ টোপোলা- ৩৯