পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চৰকাৰে বিনা পাইচাই চাউল দি আছে আৰু দুৱৰীখিনি
ফেলনি নাজাই। মন্ত্ৰতে আছে আমাৰ ঘৰত এটা মা
মৈৰা ডামৰি আছে? দুৱৰীখিনি তাক খুৱাবা পাৰিম।
ওজা : বাৰু হ’ব আপুনি সোনকালে আহিব?
ডাইনাপালী : মই গাতু ধুইয়ে যাম।
ওজা : আহক।
ডাইনাপালী : অ ঘৰত আছে?
ওজা : দেউ আহিয়েই পালাক।
ডাইনাপালী : পালু দিয়ক।
ওজা : ঠগী পতা হয় মানে চাহ একাপ খাব নেকি?
ডাইনাপালী : খাব পাৰি? মইয়ো নাইৰ মুৰে আইচু।
ওজা : চাহ খালি চাহ খাবনে?
ডাইনাপালী : খালি চাহ মই নাখাও। গেষ্টিকৰ লেঠা, খালি চাহ পেটত
পৰিলেই...
ওজা : হব দিয়ক আছে নহয় যোগাৰ ঘৰত বনোৱা, বস্তু
খাবতো?
ডাইনাপালী : ঘৰত বস্তু ভালহে।
ওজা : হেৰা অলপ হালুৱা বনোৱা হা।
ডাইনাপালী : ৰব, কি বনাবা কৈছি
ওজা : হালুৱা।
ডাইনাপালী : কি কৈৰব?
ওজা : চাহৰ লগত আপোনাক খাব দিম।

হাহিৰ টোপোলা- ২৬