এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| হ’ল। বাৰু কওকচোন উনচল্লিচ কিহে কিহে হয়। | ||
| ডাইনাপালী | : | আপুনি মোক শিকাবা আইছি? হেৰি মই মাইনাৰত |
| ফাচ ডিভিজনে তিনিবাৰ ফেল কৈচু। মোক শিকাবা | ||
| আইচি? দুইত ন উনচল্লিচ। | ||
| ওজা | : | হেৰ দুইত ন উনত্ৰিশ। বাৰু বাদ দিয়ক? মোক আজি |
| লাগে। আজি পাৰিবনে? | ||
| ডাইনাপালী | : | আপুনি বৰ ভাগ্যবান। আজিৰ দিনটোৱে কেৱল ৰেচ |
| আছে। | ||
| ওজা | : | বাৰু যোগাৰ কি লাগিব কওক। |
| ডাইনাপালী | : | গণনীৰ যোগাৰ বেচি নাই। ফুল-তুলশী, ঠগি আখান, |
| ফলি-পেঞ্চিল এক যোৰা, বৰণৰ কাপোৰ এক যোৰা, | ||
| ডাব নাৰিকল তিনিটা, শুকান নাৰিকল পাঁচটা, আইজুং | ||
| চাউল আধা বস্তা, দুবৰীবুন এক আটি? | ||
| ওজা | : | বাকীখিনি হ’ব ৰব। চাউল আধা বস্তা আৰু দুবুৰী বন |
| এক আটি | ||
| ডাইনাপালী | : | লাগিব? আশীৰ্বাদ দিওতে |
| ওম সবিতানী পৰাশুভ যত ভদ্ৰা তন্না শুভ | ||
| কান্দক কান্দক পুৰুষ পুৰুহহন্তি | ||
| একাটি দুৱেন লগত আনি | ||
| ডামুৰী সতৈনচ। | ||
| ওজা | : | হয় আমাৰ ঘৰৰ মানুহ চাৰিজন হে। ইমান চাউল, ডুবা। |
| ডাইনাপালী | : | কি চাউলৰ মাঠা মাৰিছে? আজিকালি চাউলৰ মূল্য নাই? |
হাহিৰ টোপোলা- ২৫