এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| ডাইনাপালী | : | হালুৱা |
| ওজা | : | হয়। |
| ডাইনাপালী | : | আপোনালোকে চাহৰ লগত খাই। বুৰা হালোৱাৰ হাড়া |
| গিলা চববা পাৰেনে? | ||
| ওজা | : | কি হলোৱাৰ কথা কৈছে আপুনি? |
| ডাইনাপালী | : | বুৰা হালোৱা। |
| ওজা | : | ছি আপুনি ব্ৰাহ্মণ মানুহ হৈ কি কথা বিলাক কৈছে? |
| ডাইনাপালী | : | আপুনিয়ে কৈছে? |
| ওজা | : | মই হালুৱা মিঠাইৰ কথা কৈছো। |
| ডাইনাপালী | : | দেখাও নাই, খও নাই। |
| ওজা | : | ভাল মিঠাই বনাব লাগে, গাখীৰ, চেনি, চুজি। |
| ডাইনাপালী | : | অ’ ইতাহে পাইছো বুজি। হলিও নাখাও, নামটু বামুনে |
| : | খ নহয়। | |
| ওজা | : | তেনেহলে দোকানৰ পৰা আনিব দিও। এ ভাইটী |
| দোকানৰ পৰা তিনিটামান পেৰা লৈ আহ। | ||
| ডাইনাপালী | : | কি কৈৰবা। |
| ওজা | : | আপোনাক খাব দিম। |
| ডাইনাপালী | : | শিং কিমান দীঘল হৈছি। |
| ওজা | : | এই চানাৰ পেৰা। |
| ডাইনাপালী | : | পেৰা চানাৰ পেৰাটো ডাঙাৰ হৱে। |
| ওজা | : | হেৰি আপুনি বৰ ভোদা মানুহহে। এই গাড়ী টনা মহৰ |
| পেৰা নহয়। এইটো গাখীৰৰ চানা। |
হাহিৰ টোপোলা-২৭