ডাইনাপালী : ছাত্ৰী পূজা কৰে, সেই সৰস্বতীক তোমাৰ ঘৰতে পাইছা। আমাৰ ঘৰত মোৰ পঢ়া টেবুলত বাহা এ বান্ধিছিল হা। বাপৰে কি ক হা
ওজা ডাইনাপালী : অ কেইবা দিনো মাইলুও ওজা : সৰস্বতীক মাইৰাছ, তোমাৰ টেবুলত বিচনা পাতি কৰি লৈছিল বোধয়? ডাইনাপালীঃ ক’ত টেবুলত হা, কিতাপৰ মাজত ওজা
- আচৰিত কথা হা, বাৰু কচোন তেওঁৰ পোচাকটো
কেনেকুৱা, ভৰি দুখন বৰ ধুনীয়া নহয়৷ ডাইনাপালীঃ তুমি আকৌ নাজনা, তেওঁ ইমান জাগা ঘুৰি ফুইৰবা লাগে, ইস্কুল, কলেজ যাবা লাগে দুখান ভৰি দি হব, ভৰি বহুত। ওজা
- আচৰিত সৰস্বতীৰ ভৰি বহুত। ওখ কিমান?
ডাইনাপালীঃ তুমি আকো নাজানহা, তুমি সৰস্বতীক চিনি নাপ। ধানখেৰৰ মান ডাঙৰ। তথাপি যদি চিনি পনাই ৰাতি আন্ধাৰত যদি সৰস্বতীক পিহা মাৰি দেও জাগাখিনি পোহৰ কৰি দিব। ওজা
- ঐ ভোদা, সেইটোক সৰস্বতী চেলা বুলি কয়।
ডাইনাপালী : মই ভাইবচু ইচকুল কলেজ বহুত, সৰস্বতী বহু জাগা ঘূৰিব লাগে সেইকাৰণে বহুত ঠেংঙেদি ৰেল গাড়ীৰ দৰে যায় থাকে। আজিহে বুলি পালু দে মোৰ কিতাপৰ মাজত থকাটো সৰস্বতী চেলা। হাহিৰ টোপোলা- ৫