পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিলো বিয়োগ এইবাৰ হৰণ কৰা বাৰু কৰিলো হৰণ এইবাৰ পূৰণ কৰা কৰিলো দা পূৰণ ইটা দালি চম্ভাৰ মাৰি দে ভৰ ভৰকে উঠক। বাৰু ওজা। বোম + ভলা = বোম ভলা হলনা?

তেনেকৈ হব। বাৰু আমি উভয়কে প্ৰণাম জনালো।

ওজা সৰস্বতৈঃ মহাভাগে বিদ্যা কমল লোচনে বিশ্বষাৰূপে বিসালক্ষী বিদ্যাং দেহী নমঃ নমঃ কাক প্ৰণাম কৰিছা। ডাইনাপালী : ওজা

সৰস্বতীক ডাইনাপালীঃ এটা ভাল দেৱতাক সেৱা কৰিব প নাই।

সৰস্বতী দেৱতা নহয় বুলি যে কৈছা, তুমি সৰস্বতীক চিনি পোৱা? ডাইনাপালীঃ পাওতো, মই প্ৰথম মানত পঢ়াৰ পৰাই সৰস্বতীক চিনি পাওঁ। ওজা

সৰস্বতী ক’ত দেখা পাইছা?

ডাইনাপালীঃ আমাৰ ঘৰতে ওজা

তুমি বৰ ভাগ্যৱান দে, যি সৰস্বতীক পাবৰ কাৰণে ছাত্ৰ-

হাহিৰ টোপোলা- 8

ডাইনাপালী : ওজা : ডাইনাপালী : ওজা : ডাইনাপালী : ওজা