সমললৈ যাওক

পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঢোলপেটা বাবুৰ দশ!। বিহুৰ দিনা ডেকোলা বোপায়ে পুৱাতে উঠি গাৰ্ট তিয়ায়েট মাৰিनে দৌৰ হাহকণি লৈ হাতট যুজাওঁ গৈ বুলি, হামকুৰি খাই পটতে পৰিঙ্গ কণিও ভাগি হল গুৰি। মধুৰামে ইয়াকে দেখা পাই ভেকোলা ৰোপাৰ গুণ গাই "বাদ ঐ' বুলি সাৱটি ধৰি হুচঁৰি গালৈ नি, হুচৰিৰ নাম শুনি ডেকোলাই থাকো একাই লে