সমললৈ যাওক

পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমালি। হুচৰি স্থলীত উপস্থিত হৈ চেয়ে কাপোৰৰ পাগটি লৈ নাচি-পকি ভেকোল৷ আমাৰ ৰঙতে উন্মাদ হল ঢোলপেটা এজম* শোৰাপাৰ্টিত পাই আনন্দত ভেকোলাই তুলিলে বোল। ঢোলপেটা বাপুৰ টোপনি ভাগিল লগতে আকৌ অপৰাধ লাগল অসা, খাদণ্ড, বনৰ বুলি তেওঁ চকুলোই কলে, মধুৰাম হঁতে ‘ক্ষমা কৰক' বুলি শিকনি বানিও দিলে। তথাপি ৰোছ নাভাগেল বাহুৰ; 'কিহৰ হুচঁৰি' বুলি এইবোৰ -- অगा, গায়, জী ভূত বুলি আছিল নব কৰি ৰাইজৰ কাণত গৈ এনেতে পৰিল উক্ত শাৰী।