এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তাজি-ধেমালি। চাকৰ লৰাই লেকামত ধৰি দিলেহি জোকোৰা। আহি পৰাই হাতে গোৰাৰ 'ভ,গ্যাৰ মনে বন্ধু দুগুণ বেগেৰে নাৰিলে লৰ উঠিল জ হল বিপৰীত ড কিনো ভাগাৰ ফল! ঘোগাৰ পাছত এইবাৰ চকৰ লৰায়ো নাৰিছে টিকাফটা লৰ : ঘোৰহাট হবৰ মানুহে ভাবিছে— গৃহস্থই সেয়া 'খোদছে চোৰ। 'চোৰ ঔ চোৰ বুলি নগৰত উঠিল তুমুল কোঢ়ালৰ ৰোল, লৰা ছোৱালী ডেকা গাভৰু সৱাৰো লাগিল হুলস্থুল। ঘূৰি যোগাই গোটেই নগৰ পািেছ পুনৰ নিজ লৰা ছোৱালী সহিতে প্ৰাণৰ ভাৰ্ধা মাকৰ ঘৰতে বল। ২ড়িয়া অন্মাৰোহী যোগাই মহাজন দিয়া ধাবাদ অশেষ তেওঁক ঘোৰাই নামানিলে অন্মাৰোহীক ক্ষ গোৰ কাৰ কোৱা থোক।