পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “নিশ্চয় নাপাহৰোঁ” বুলি বেপাৰীজন চাইকেলত উঠি নগৰমুৱা হ’ল। নগৰ পাই ঘৰত সোমোৱাৰ লগে লগে তেওঁৰ ডাঢ়ি-গোফ পাগ নোহোৱা হৈ গ’ল। কাপোৰ কানি, সলাই যেতিয়া তেওঁ বাহিৰ ওলাল, তেতিয়া দেখা গ’ল তেওঁ বেপাৰী নহয়, সুদৰ্শন বৰবৰা।