পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হুজনত আলী মোৰতঞ্জা 1 আন আন মুছলমান ভাইসকলৰ বন্ধুতা এৰি পদ-অশিয়াল লগাই নিদিবা পাল এৰা ছাগলী যেনেকৈ শিয়ালস অধীন হৈ পৰে, তেনেকৈ যিসকলে ভ্ৰাতৃ বান্ধনি এবে, তেওঁলোক স্বয়তানৰ অধীন হয়। সেই নিমিত্তে, যি সকলে সাম্প্ৰদায়িক আৰু ধৰ্ম্মকামত মতান্তৰ ষ্টাৰ, মোৰ কাপোৰ তেওঁলোকে পিন্ধিলেও তেওঁলোকে শান্তি নেপাব।” হজৰত আলীয়ে ছালছিগা নিঠৰুৱাৰ ছপ গুচুৱাত আক আলহীৰ সোধ পোছ কৰাত বৰ যত্ন কৰিছিল। তেওঁৰ থঙ্গ সমূলি নাছিল আৰু আমাৰ বামত তেওঁ তেনেই আত্মসমৰ্পণ কৰি দিছিল। ইয়াতে প্ৰিয় পাঠকৰ ওচৰত বেইটিমান ঘটনা উহুকিয়াব পূজিছোঁ। এদিন হজৰত ৰছুল কবিয়ে (দঃ) আলীৰ ঘৰলৈ গৈ, নাতি হাচান আৰু হোচেইনক নৰিয়া হৈ পৰি থকা দেখিলে। তেখেতে ফাণ্ডিয়াক ক'লে, “তোমালোকে কোনো সঙ্কল্প বা, তেনেহল তোমালোকৰ লৰা দুটি ভাল হ'ব। তাকে গুনি, আলী আৰু ফাতিমাই তিন দিন ৰোজা ৰাখিম বুনি সঙ্কল্প কৰিলে। আলাৰ ফজলে (কপাত) ল’বা দুটি ভাগ ক’ল। প্ৰথম দিন আলী আৰু ফাতিমাই ব্ৰতৰ পাচত গধুলি ‘ইষতাৰ' বৰিবলৈ ( মুখত পানীদিবলৈ ) বহিছে, এনে সময়ত এমন দুখীণা মানুহ আহি অপ অচৰপ কিবা থোবা বস্তু বিচাৰিলে। তেতিয়া ক্ষণী অৰুতিমত এ অব নিজ নিজ ভাগৰ যি ৰুটী আছিল তেওঁক তাকে দিপে ই, তেওঁলাকে বেৰ। শুলনীকে থাই ৰাতিটা বটালে। ভিী। দিনাও ধু। এভীন আলাল মশনিবাৰ অ'হি বাবলৈ বিচাৰিলে, তেঈশাৰ সেইদিনা ও যি আছি নাদন সকালা তেওঁক দি গেলালে। তৃতীয় দিনাও গবা তেওঁলোকে 'ইতাৰ' ববি। বইতেই এজন মিঠকৰা মানুহ অপ খোলা স্তু বিনে দিনাও তেওঁলোক বি আছিফ নানে সেই মুহজনৰ দি গোহ, আ, সহকাৰৰ অনুপম নিদৰ্শন দেখুৱালে। । 5