প্ৰকৃতি। হজৰত আলী বা উদাৰ বুধিয়ক, চবিত্ৰবান, সদ্বিচাৰক আৰু প্ৰকৃত বীৰ আছিল। যেতিয়া ঘৰুৱা বিবাদ আৰম্ভ হ'ল আৰু আত্মীয় স্বজন ও সেনাপতিবিমাক স্বাৰ্থ সিদ্ধিৰ উপাৰ বিচৰাত বলিয়া হ’ল, এই প্ৰবল জুই হুমুৱাবৰ নিমিত্তে চাতৃণী, শঠতা আৰু নিঠুৰতাৰ আশ্ৰয় লব লাগিছিল। এনে কৰাহেঁতেন নিশ্চয় তেওঁ শত্ৰুকুল নিৰ্ম্মৰ্মূল কৰি, সহজে গোটেই ইছলাম ৰাজ্য নিজৰ তলতীয়া কৰিব পাৰিলেহেঁতেন। কিন্তু ধৰ্ম্মভীক খলিফাই কেতিয়াও ভেনে না নিলে। চজৰত ৰচুল-কৰিমে (দঃ) হজৰত আলীক বা ভাল পাইছিল। তেখেতে তেওঁৰ আগৰ নাম 'কাযেদ' সলাই 'আলী' নান দিয়ে। তেখেতে অনেক সময়ত কৈছিল—“আলী মোৰ নিমিয়ে আৰু মই অগীৰ নিমিত্তে। হাৰুণ (Aoran) যেনে বত মছাৰ সহাস-সাৰথি আছিল, আলীও হুবহু মোৰ সকলো ঠাইতে সহায-নাৰথি হি মোক ভাল পাব, তেওঁ যেন আলীক মোব বন্ধ বিবেচনা কৰি তেওঁকো তেনেকৈ ভাল পায়। হই সমুদাৰ জ্ঞানৰ নগৰ আৰু আলী তাৰ দুৱাৰ স্বৰূপ।" খলিঙ্কা চÈত ওমবে কোনো ৰাজকীয় কামত আন প্ৰদেশলৈ গ'লে, হজৰত আলীকহে তেওঁ প্ৰতিনিধিষৰূপে নদিনাত থৈ গৈছিল। ত আলীয় পুলিফা পদ পাই অতি দুখীয়াৰ মাজ-পাৰ পিন্ধিছিল আৰু সাধাৰণ ভাবে দিন কটাইছিল। হজ্ঞনত আলী বিদ্যামুৰাগী আৰু নিজে কবি আছিল। তেওঁৰ জ্ঞান-গম্ভীৰ উপদেশবিলাক পচিলে সংসাৰ-আসক্তি দূৰ হৈ অস্তব খোদাতা'লাৰ ভক্তি-বসেৰে পুৰ হল। প্ৰত্যুৎপন্নমতিত্ব গুণৰ নিৰ্মিতে তেওঁ সকলো ঠাইতে জনাজাত আছিল। তেওঁ সদায় মুছলমানবিলাকক কৈছিল—“সাৱধান
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৪৪
অৱয়ব