পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোৰতঙ্গ!। তেওঁৰ শিষ্যসকল দলে দলে মছজিনলৈ আহি বিলাপ কৰিবলৈ ধৰিলে। তেওঁলোকে হজৰত আলীফ হত্যাকাৰীৰ সম্বন্ধে লুধিলত, তেওঁ মাথোন ইয়াকে ক'লে—“আপোনালোকে সোনকালে তাৰ বিষয় জানিব পাৰিব।” হুজৰত আলীৰ শিষ্যসকলে তেতিয়াই আব্দবহুমনিক তৰোৱালেৰে সৈতে ধৰিলে। তেওঁলোকে তৎক্ষণাত তাক হজৰত আলীৰ আগলৈ আনিলে। তেওঁ তাক নিজৰ ডাঙ্গৰ পুতেক হাচানৰ হাতত দি ক'লে, “তাৰ যাতে কোনো বিষয়ত এতিয়া অভাব নহয় আৰু মোৰ অবিহানে একে কোনে তাৰ প্ৰাণবধ কৰিবা।” মহাত্মা হাচানে পিতৃব্যক্য সেই মতেই পালন কৰিছিল। লাহে লাহে হজৰত আলীৰ মাত সৰু হৈ আহিল। ঘাইল হোৱাৰ দুদিনৰ পাছত, ১৯ শে ৰমজান ( ৬৬১ খৃঃ, ৪০ ডিঃ ) ৬৩ বছৰ বয়সত তেওঁৰ ৰূহে আকুদণ্ড, { পবিত্ৰাত্মা ) নশ্বৰ দেহ-সঙ্গ। এৰি অনন্ত বিশ্বস্ৰষ্টাৰ লগত মিলিল গৈ। (1) কুফাৰ মছজিদৰ চোতালত তেওঁৰ পবিত্ৰ দেহ 'দফন' (সমাধিস্থ ) কৰা হ'ল। (2) 0098 বছৰ ৯ মাহ কাল বাচ্চা শাসন কৰিছিল। (3) (1) কোনো মতে হাইল ছোৱাখ তিনদিন পাচত, কোনোৰ মতে চাবি নিম পাচত, আৰু কোনোৰ মতে ৯ বছৰ আৰ কোনোব মতে ১৮ বছৰ বয়সজ তেওঁস গুফত (২) কোনোৰ মতে মগম্মা হাগনে শ মহিহালৈ আনি নিজব মাঞ্চ হিবি৷ ফাতিমাৰ কবৰৰ কাষতে "ফন কৰে। (3) কোনো কোনো মতে ৪ বছৰ ও মাহ