পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 হৰত আলী মৌনতা। হাই কৰি উঠিছে। চাকৰে সিহতক ফৰ্মু'টিয়াই নিমাত কৰিবলৈ চেষ্টা কৰিছে। হজ্বৰত আলীয়ে ক'লে—“ন’বা, বোধ হয় মোৰ মৃত্যু চৰ চাপিছে বুলি সিহঁতে কান্দিছে। “নিম্নভিয়ে নিজ হাতেৰে যি দিনা কপালত যিটি লিখিলে আহি, নাই গৰচৰ সেই আখৰৰ সিদৰে জীৱন চলিব ভাহি। চকুৰ পানীৰে নৈ বৈ য’ক, হিন্না যদি ভাগে শোকতে হায়, তথাপিতো জানে৷ পাৰে নে গুচাব? কপালৰ ছাপ লগতে যায়।" —সমৰতীৰ্থ। শয়তানহত আগেয়ে মছজিদত সোমাই আছিল। হজতে আগীৰে মছজিদৰ ভিতৰলৈ সোমোৱাৰ সময়ত নবাধন তিনিওটাই তেওঁক দেখি কৃত্ৰিম বঙ্গ দেখুৱাই, কেওটাই ফাকতি কৰি দন্দ কৰিবলৈ ধৰিলে৷ কথাৰ কথায় তৰোৱাল উলিয়াই ল'লে আৰু দন্দ এৰি, ৱাৰ্দ্দানে হঠাৎ হজৰত আলীক জোৰেৰে এটা কোব হাবিলে, কিন্তু সেই কোবটে৷ তেওঁৰ গীত নপৰি দুৱাৰত পৰিল। তাকে দেখি, আব্দ,বহ মানে হজৰত আণীৰ মুৰত কোব মাৰিলে আৰু হুজবত আগী খাইল হৈ মাটিত পৰি গ'ল। ব্ৰাদান 'অ'ৰু স্বাবিব তেতিয়াই পলাই গ'ল, কিন্তু পাপিষ্ঠ আব্দ,বহমান বিবুদ্ধি হৈ তৰোৱালেৰে সৈতে এঠাইত লুকাই থাকিল। আল আন বানুহ কব্জৰৰ নামাজ পঢ়িবলৈ মছজিদলৈ আহি ৰলিকাৰ এনে শোচনীয় অবস্থা দেখি হায় হায় কৰি চিঞৰি উঠিল। তাকে শুনি,