ৰাফেজী সম্প্ৰদায়। খোলাফায়ে বাশ্বেদীনসকলৰ পাচত, এজন ইহুদীয়ে ইছলাম অণ কৰি এটা ন-সম্প্ৰদায়ৰ সৃষ্টি কৰে। এই সম্প্ৰদায়ক খিয়া বা বাফেজ্জী (১) বোলে। তেওঁলোকে মহ[ঋ| হজাত আলী আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি অতিপাত শ্ৰদ্ধা দেখুৱায়। তেওঁলোকৰ মতে, হজৰত আলীয়েই হজৰত মোহম্মদৰ (দঃ) প্ৰকৃত উদ্ভনাধিকাৰী আৰু আগৰ তিনিজন খলিফাই ৰূপেৰে খিলাফত গ্ৰহণ কৰিছিল। আকৃতি। হজৰত আলী তেঙ্গগোঁৰা, ছুটি-চাপৰ আঙ্ক দেখিবলৈ বৰ শুৱনি মানুহ আছিল। মুখত ঘন আৰু বৰ দীঘল ভাঢ়িয়ে শোভা দিছিল। তেওঁৰ মুখত চুলি নাছিল, তেওঁ তপা আছিল, তেওঁৰ বুকু বহল আৰু ঘন ক’লা নোমোৰে ঢুকা। চকু হুটা ডাঙ্গব আৰু উজ্জ্বল, মুখখন ফুলি থকা গোলাপ ফুলৰ দৰে বৰশুন্দৰ, দেখিলে মৰম লগা আছিল। তেওঁ সদাৰ হাঁহি-মুখ। কান্ধ ৰহল, গা শকত-আৱত। বাহু দুটা আজানুলম্বিত, বনী। তেওঁ হুবহু হজৰত বছল কৰিমৰ (দঃ) দৰে খোজ কাঢ়িছিল। (1) বাঞ্জেীৰ বিপৰীত এক সম্প্ৰদায় আছে, তাক 'খাবেঙ্গী' বোলে। এই বাজো বিলাকে হজৰত আশ্ৰী আৰু তেওঁৰ বংশবিলাকৰ পৰম শত্ৰু। বৰ্ত্তমান গোটেই ইৰাণ, উজবেক ৰাজ্যৰ অৰ্দ্ধাংশ আৰু প্ৰশান্ত মহাসাগৰ | ital: মুলমন বাপ্পাত শিঘ্ন সম্প্ৰদায়ন সংখ্যা বেচি দেখা | চিঁব। ইয়া পৰিমাণে বাবে শ্ৰেণি মালুহ বেৰা যায়। বৰ্ত্তাन পৃথন বঙ্গবিলাকৰ মান্ন ইৰাপৰ সম্ৰাটেই সাধোন খ্ৰিয়াস চাবলম্বা। কাৰবালা ক্ষেত্ৰ স্থিহাবিষাণ যাই তীৰ্থ স্থান।
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৪২
অৱয়ব