হজৰত আলী মোৰতজ্ঞা। সিফালে আৰু-বেন-যকৰে মিচিবলৈ গৈ মছজিদত সোমাই সেনাপতি আমৰ বুলি ভাবি ইমান কোৰেজাকে সাংঘাতিকৰূপে আঘাত কৰিলে। সেনা- পতি আমৰৰ নৰিয়া হোৱাত সেই দিনা মছজিদলৈ যাব নোৱাৰিছিল। হত্যা- কাৰী ধৰা পৰিল আৰু তাৰ প্ৰাণ বধ কৰা হ'ল। মৰিবৰ সময়ত অপৰাধীদে বব আক্ষেপ কৰি কৈছিল— “মই মিচিৰৰ শাকৰ্ত্তা কুচক্ৰী আমৰ বুলিহে আঘাত কৰিছিলোঁ। কিন্তু আমাৰ ইচ্ছ। অন্যৰূপ আছিল।” B আব্দ বৰ্তমানে কুফালৈ গৈ কেতাব নামেৰে এজনী চটাই-পাথী তিৰোভাব ঘধত অণহী হ'ল। ঐ তিৰোতাজনীৰ কেইজনমান আপোন মাহুহল নাহাৰেৱো বগত মৃত্যু তেৱাত, তাই হজৰত আলীক কেনেকৈ ৰধ যৰি প্ৰতিশোধ লব, তাৰ চেষ্টাত আছিল। আব্দ, বই মানে এই ভিবোতা জলীৰ প্ৰেমত মুগ্ধ হৈ তাইক নিকাচ কৰিবৰ ইচ্ছা প্ৰকাশ কৰিলত, তাই ক’লে, “বি যৌতুক হৃৰূপ লোক দেহাম ( সোণেৰ মোহৰ ) এহেজাৰ, বন্দী বেটা এহাল, আৰু আলীৰ কটা-মূৰ আনি দিব, মই তেওঁৰ লগতে বিয়া সব্দ বৰ্তমানে তৎক্ষণাত এই প্ৰস্তাৱত মাৰ্ত্তি হ'ল। এই নৰাধম নিৰ্দিষ্ট দিনা নিজৰ কাম সমাধা কৰিবলৈ বাহিৰ হ’ল আৰু সেই তিৰোতা জনীয়ে বাৰ্দ্দন আৰু শ্বাৰিব নামেৰে দুজন মামুষ্ক কামত সহায় কৰিবলৈ লগত দিলে। ৰান মাহৰ আদিৰেপৰা হজৰত আলীয়ে নিজৰ মৃত্যুৰ বহুত ঔৎপাত্তিক পূৰ্ব্বলক্ষণ দেখিছিল। তেওঁ তেতিয়াৰে পৰা সদাব বন্ধুবিলাকক সদ-উপদেশ দি সময় কটাইছিল। এদিন তেওঁৰ বুকুখন এৰিবলৈ ধৰিলে আৰু সেই 'অৱস্থাতে অনূক্ষ্যত শুনিবলৈ পালে— “দুল মানব হৃদয়ৰ নিমিত্তে ধৈৰ্য্যাবলম্বন আৱক, কাৰণ আসন্ন মৃত্যুৰ ঔষধ নাই।” চাওঁতে চাওঁতে ১৭ই বঞ্জান পালেহি। বাতিপুৱাই হজৰত আলী মছজিদলৈ ওলাল। চোতালৰ পৰা শুনিলে ঘৰৰ পশু পক্ষীবিলাকে মহা
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৯
অৱয়ব