হজৰত জালী মোৰ। মহাবিচাৰৰ দিন। আল্লাহতা'লাই সিনা তাপ কেনেকৈ সহিম?” ইয়াতে শুকায়েশৰ মন কুষাৰি হৈ, এই মহাবিপদৰ সময়ত তেওঁ ককাৱেকক এবি বিয়াৰ ফলীমা হ’ল। হক্কাত আলীয়ে এতিয়৷ কেওফালে ঘোৰ অন্ধকাৰ , 1 দেখিছে। যেই ফালেই চায়, সেই কাজেই বিবাদৰ উত্তায়ল চৌ। হায়, ধৰ্ম্মৰাজ্যৰ কি হ'বসুননবীৰ প্ৰিয়তমবিলাকৰ কি বিলাই হ'ব! নাহৰোৱা-ৰণৰ দিনচেৰেকৰ পাচত, এদিন আদবহমান মালান, বাৰাক-বেন্ অহ্ম ল্লাহ, আৰু আমৰুবেন্ বকৰ মক্কা নগৰৰ এডোখৰ নিৰ্জ্জন ঠাহঁত গোট খাই কথা বতৰা পাণ্ডিছিল। বণৰ কথা, নিজ নিজ পাৰ্গতালিব কথা আৰু বীৰত্বৰ কথা, দেশৰ কথা আদি নানা কথাৰ পাচত খলিফ্য আৰু বৰ্ত্তমান বিদ্ৰোহৰ কথা উঠিল। তাতে এজনে ক'লে,-“হজলন্ত আগী, আমৰ, আৰু মাবিহা, এই তিনজন নয়লি বাত শান্তি নহয়।" তেতিয়াই আব্দ,বৰ্তমানে কৈ উঠিল, “যদি তোমালোকে সাহ কৰিব পাৰা, তেন্তে মই আলীক হত্যা কৰাৰ ভাৰ লব পাৰোঁ।” বাবাকে ক'লে, “মই মাবিয়াক হত্যা কঠিন।” আমফৱে ক'লে—“ভাল কথা, নই নিশ্চয় আমবক যমালয়লৈ পঠিয়ান।" এই দৰে সিহঁতে প্ৰতিজ্ঞাবদ্ধ হৈ, পবিত্ৰ ৰমজান মাহৰ ১৭ তাৰিখ শুকুৰবাৰে এই জঘন্য কাম কৰিবলৈ স্থিৰ কৰি, প্ৰত্যেকে নিজ নিজ তলোৱালত বিহু-সানি বাহিৰ হ'ল। বাৰাক দানেলৈ গৈ ছেগ চাই মাবিয়ংক ভলগেটত খোজ মাবিত্তো; কিন্তু ঘা শংঘান্তিক নই’গ। পৰীক্ষা কৰি ক’:ল, “ঘা ডেখি তপত লোৰে পূৰিব লাগিব, নাইবা আপোনাক এবিধ পনীয়া ঔষধ খুৱাব লাগিব; কিন্তু পুৰ্বলে জীৱনৰ আশা কৰা নেয়ায় আৰু ঔষধ খুবাৰো সেই উষদে অনাৰ সন্তান উৎপাদিকা শক্তি সমূলি নষ্ট কৰিব।" মাবিয়াই ঊষধ খাবলৈকে শাস্তি হ’ল। হত্যাকাৰী তেতিয়াই ধৰা পৰিণ আৰু থিতাতে তাক ব্যালয়লৈ পঠিয়াই দিয়া হ'ল।
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৮
অৱয়ব