পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হঙ্গৰত অ'লী মোৰতঙ্গা। - গ তিনি হেলাশ সৈন্স দি হেজাজৰ ফালে পঠিয়ালে। এখলে-আছ। তাত হঠাৎ ওলালত, হজৰত আলীৰে নিযুক্ত কৰা দুইজন বিচাৰপতি, নৈম্বৰ অভাবত নগৰ ৰক্ষণ কৰিব নোৱাৰি, কান এৰি গুচি গ'ল। মামুহবিলাকে উপায় নেপাই মাবিয়াৰ বণ্যতা স্বীকাৰ কৰিলে। তাৰ পাচত নাধন এবনে আছকি পনিৰ মদিনাত বহুত বক্তপাত কৰি আৰবৰ সীমাত পঞ্চা প্ৰদেশলৈ গ'ল। তাৰা এই ঋনতানে হেজাৰে হেজাৰ নিৰপৰাধ প্ৰজাধিলাকব প্ৰাণবধ কৰি তেজনৈ বোৱালে। তাৰ পাচত এমন আক্ৰমণ কৰিবলৈ গল। তবে শাবনকৰ্ত্তা আব্দুল্লাই বণত হাৰি নিজৰ ছুটিল’ৰাক লাল। এই শ্বতানে এই প’ৰহহটিকো বন্ধ কৰিবলৈ এফেলাও কুণ্ঠিত নহ'ল। হজৰত অলীয়ে এই নিন্দা আবাৰ বাতৰি শুনি, এই নহপিশাচক 'এই বুলি শাও দিলে—“হে বব্বিল আপেনীন! তুমি আহাৰ জ্ঞান আৰু বৃদ্ধিশক্তি হৰণ কৰা।” সচাকৈয়ে জীৱনৰ শেষ হোৱাত আছা বন্দিয়া হৈ আনৰণেৰে হৰিল। হজনত আলীয়ে হজৰত আগৈীৰ প্ৰণৱধ কৰাৰ বড়ায়। শ্বাহাদৎ। এতিা সাগৰৰ উত্ৰাৱল চৌত পৰি ককাইছ। বিপদ কেটিয়াও অকলে নাহে। হজৰত আলীৰ নিজা ভালেক ওকাজে ধন পুৰা তেল বেতন বঢ়াই দিবলৈ এদিন সামীক অনুৰোধ কৰতি, হজ্ববত অগীব এবৰ ভিতৰৰ পৰা এডোখৰ জুইত কৰা হৈ থকা লো আমি ওকাৰস চতত দিব খোজাত, শুকাৰে ভয় খাই পাচ ঊহঞ্চি গ'ল। তেতিয়া হজৰত মানীৰে ব'লে—“তুমি মানুহে কব। ভাগকে যদি সহিব নোৱাৰা, তেন্তে প্ৰহ্লাবিনাকৰ ধনবোৰ অপবণ কৰিলে, মই নো