পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মেবিতজা। সিফালে দিনে ৰাতিয়ে মাবিয়াই হেগ বিচাৰি ফুবিছে। আৰু নাৰ বহুবাত মাষিয়াৰ সৈচ্ছা পৰাগল্প। বছৰা এৰাৰ উৱাদিহ পাই, দুহেজাৰ সৈঙ্কেৰে সৈতে হালুবানি নামেৰে এজন সেনাপত্তিক বছৰা অধিকাৰ কৰিবলৈ পঠিয়ালে। জিয়াদে নগৰ ৰক্ষা কৰিব নোৱাৰিম বুলি ভাবি, হজৰত আলীলৈ বাতৰি দিলে। হজৰত আগীয়ে তেতিয়াই হাৰেছক কিছু সৈন্য দি পঠিয়ালে। হাজবানিয়ে অলপ পৰ হাৰেছৰ লগত ৰণ কৰিয়ে হাবিল আৰু তেওঁৰ সেই ৰপতে মৃত্যু হ'ল। বাধিয়াৰ যাননা পূৰ্ণ নহ'ল। তাৰ পাচত আৰুল্লা বছৰালৈ উভতি আকৌ শাসনভাৰ লগেহি। এই ঘটনা ৮ হিজবীত ঘটিছিল। $0 জিয়াদক ইবাণলৈ পঠোয়। ৩৯ হিজবীৰ আৰম্ভতে অব্দল্লাই জিয়াদক ইণিৰ শাসনভাৰ লবলৈ পঠিয়ালে। হজৰত আশীৰ খিলান্তৰ দিন ধৰি এই কেই বচন উৰাণত নানাৰকম বেমেজালি ঘটিছিল। জিয়াদে তাত শশক্তি স্থাপন আৰু নানা প্ৰকাৰ উন্নতি কৰিবলৈ ধৰিলে। তাত তেওঁৰ বশঙ্কা সকলোৱে কৰিবলৈ ধৰিলে। মক্ক৷ আৰু মদিনা আক্ৰমণ। মাবিয়াস ইচ্ছা গোটেই নোচ গিল সাম্ৰাজ্যই একচ্ছত্ৰ অধিপতি গেৰা, কিন্তু সাধাৰণে তেওঁক সেইটো সুবিধা নিদিলে–ইজবন্ড আণী তেওঁৰ বাধা। মাৰিাই ভাবিলে হেজাৰো বাধা থাকিনেও চেষ্টাৰ আগত সেই বাধা টিকিব এতেকে অহো পৰুষাৰ্থ কৰিব লাগিব। মক্কা-নদিনা হাতলৈ আনিব পাৰিলেই, কুফা শক্তিহীন হৈ পৰিব। এই ভাবি, ৪০ হিজনীৰ আগভাগতে মাবিয়াই নক৷ আৰু মদিনা হাতলৈ আনিবলৈ 'এবনে আছকি