পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আণী ফেৰতঙ্গা। আলাত্তাৰক হিচ খুৱাই নাদি, আমৰক চাহাৰ সৈন্য দি বিচিৰলৈ পঠিয়ালে। মোহম্মদণ প্ৰাণবৰ্ষ। অমৰ তাত ওলোৱাত, অধিকাংশ মিচিনী তেওঁৰ ফলীয়া হ'ল। ক্ৰমে ৰণ আৰম্ভ হ'ল। মোহম্মদক আমৰে ৰণত বন্দী কৰি গাধাৰ ছালেৰে মেৰিয়াই, জীয়াই জীয়াই পুনি মাৰি পেলাই মাৰিবাৰ প্ৰতিনিধিশ্বৰূপ দিচিবৰ শাসনকৰ্তা হ'ল। হজৰত আয়েশ্বাই তেওঁৰ ভায়েক মোহম্মদৰ প্ৰতি এনে নিৰ্দয় ব্যৱহাৰ কৰা কাহিনী শুনি কান্দি কান্দি মছজিতে বহি মাবিয়া আৰু আমৰক পাবেনানে শাও দিবলৈ ধৰিলে। হজৰত আলীও, আলেস্তাৰ আৰু মোহম্মদৰ এই নিদাৰুণ মশাবাড়ী বাতৰি শুনি, শেকত অধীন হ'ল। মাবিয়াৰ শত্ৰুতাচৰণ দেপিতদোপে চৰি যোৱা দেখি, হজৰত আলী নিতান্ত দুঃখিত হ'ল। বিভাৰ প্ৰহণ নকৰি বহুত আঁতৰত থাকিবলৈ বৰাসাধ্য পুৰুষাৰ্থ কৰিছিল, কিন্তু অগত্যা কৰ্ত্তব্যৰ অনুৰোধত বাধ্য হৈ তাক গ্ৰহণ কৰি এতিয়া এনে বিশ্বাই! যিবিপ্লকে বৰকৈ অনুৰোধ কৰি এই ভাৰ জোৱাই, তেওঁৰ বক্তৃতা স্বীকাৰ কৰিছিল অংশ খলিফা পদত বৰণ কৰি, তেওঁক সহায় কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল, আছি এজন এজন কৈ তেওঁলোক সকলোৱে গা এবং দি, শত্ৰুবিলাকৰ লগত মিণি চতুগুৰ্ণ অশাস্তিৰ হুই তুমি হয়বত আলীব হান্নবাণ কৰি তুলিছে। হায় হায়, শাস্তিৰ নিমিত্তে সিনহৰ লৈ সকলে। হঠাত আশাম্ভিব ভীষণ বে সাম্ৰাজ্যখনক ছাই কৰি পেলাইছে! হজৰত আলীৰে এই বিববব বদৰত সৎবামৰ্শ লবণ অভিপ্ৰায়েবে অ:দবেন আব্বাছক বছৰাৰ পৰা মতাই অনালে৷ জিম্বাপক তাত তেওঁৰ প্ৰতিনিধিশ্বৰূপ থৈ, আব্দ, হজৰত আলীব ওচৰলৈ কুফালৈ আহিল। তেওঁ ক'লে—“এই দাসৰ দেহাত এটোপ৷ তেজ থকালৈকে আৰু এবাৰ কঠোৰ চেষ্টা কৰি চাও। শত্ৰুৰ বণ-কঠীয়া নেমাবোমানে কেতিয়াও নেকো।"