হজৰত আলী মোৰতজ্ঞা। আমৰৰ টেঙ্গবাণিৰ নিমিত্তে তেওঁক নথৈ গালি শপনি পাৰিবলৈ ধৰিলে। পাচত তৎনেপাই হজৰত আলীৰ বুযাধিৰ পাত্ৰ হোৱাত আৰু সাধাৰণৰ গৰিহনাৰ ভয়ত, আবু মুছা মঞ্চালৈ পলাই গ'ল। চিৰিয়াৰ সৈন্তবিলাকে দামেস্কলৈ গৈ নাবিনাক ভবিষ্যৎ আনন্দ-বাতৰি জনালে। হজৰত আলীৰ দৈন্তবিলাকে বিপক্ষৰ কুট-নীতিৰ নিমিত্তে সিহঁতক নথৈ গালি শপনি পাখি আব্দ শাও দি দি গুচি গ'ল। ইফালে আবূমুছ৷ আৰু আমৰৰ ওপৰত সন্ধিৰ সূত্ৰ নিৰ্দ্ধাৰণৰ ভাৰ দিয়াত, কুফাবাসীয়ে বৰ বেজাৰ হৈ হজৰত আলীক কবলৈ ধৰিতে “আপুনি মাঙ্গুহৰ বৃদ্ধিৰ উপৰত বিচাৰভাৰ দি নিতান্ত অধিবেচনাৰ কাম কৰিলে। মাবিলাই হজৰত মোহম্মদৰ ( দঃ ) উপযুক্ত প্ৰকৃত উত্তাধিকাৰীৰ বিৰুদ্ধাচৰণ কৰি আল্লাহতা'লাৰ শত্ৰু হৈছে। কেন ডানি আল্লাব ওবত নিৰ্ভৰ কৰি বিপক্ষ- সৰ বিৰুদ্ধে থিয় হোৱাটোৱেই উচিত আছিল। আমাৰ বিবেচনাৰে এতিয়াও সিহঁতক নিপাত কৰিবলৈ পুৰুষাৰ্থ কৰা উচিত।” হুঙ্কত আমীয়ে ক'লে— “প্ৰতিজ্ঞা ভঙ্গ কৰা বা মুখৰ পৰা ওলোৱা বাবা লঙ্ঘন কৰা মহাপাপ। সেইদেখি, মই যিটে। এবাৰ আদেশ কৰিছো, প্ৰাণাত্তেও তাৰ অন্তা কৰিব নোৱাৰোঁ৷” তেওঁলোকে ক'লে—“ এনেস্থলত আহ্লিাহতা'লাত বাজে কোনো মধ্যস্থ বা বিচাৰক হয় নোৱাৰে। দাপুনি বৰ গৰ্হিত কাম কৰিছে, জান নিৰ্মিত আপুনি অকুতাপ বন! উচিত।" হসত আলীয়ে ক'লে- “আপোনালোকে এইটে। তাবি চোৱা উচিত যে, যেতিয়া মাৰিহাৰ দৈহিলাকে যাঠৰ আগন্ত পবিত্ৰ কোৰআন শৰিফ বান্ধি, “শান্তি! শাস্তি!" বুলি আক ভেদৗ আটাহ পৰিছিল, তেতিয়া মই কৈছিলোঁ, এইইউ। শত্ৰুবিলাকৰ ধুত্তানি মাথোন। কিন্তু আপোনালোকে নিজেই মোৰ ইচ্ছাৰ বিৰুদ্ধে বণ বন্ধ কৰিছিলে। ময়ো তেতিয়া অগত্যা সন্ধি কৰিবলৈ মত দিছিলো। এতিয়া কেতিয়াও মই মুখৰপৰা ওলোৱা বাক্যৰ ব্যতিক্ৰম কৰিব নোৱাৰোঁ।"
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩২
অৱয়ব