হজৰত আলী মোৰতজা। দায়ী নে? এতিয়া আমাৰ কৰ্ত্তব্য এই —মাবিয়া আৰু আগী হইকে থলিফ! সদৰ পৰা ডাই, তৃতীয় জনক সেই পঞ্চয় বৰণ কৰে॥ তেনেহলেই গোটেই বিবাদৰ কণ-কঠীৰা নৰিব।” পোনপটীয়া আনুমুহাই তেওঁৰ কুট মন্ত্ৰণাৰ উদ্দেশ্য বুজিব নোৱাৰি তেওঁৰ কথাতে হৰিতৰ দিলে। তাৰ পাচত হুই পঞ্চই দুই সৈন্যৰ নিৰ্দিষ্ট মধ্যন্ত যত ওলালগৈ। আৰু মুছাই আম্ক পোন প্ৰথমতে প্ৰস্তাৱ উত্থাপন কৰিবলৈ ক'লে; কিন্তু টেটোন খামৰে নম্ৰহৈ আবুছাকে সেই প্ৰস্তাৱ উল্লেখ কৰিবলৈ অনুৰোধ কৰিলে। হোজা আৰমুদাই ‘নিবে’ও (MেS) উঠচিঞৰি কলৈ ধৰিলে -““ইছলাম ব্যজাত বি বিহুত গণ্ঠিছ, তাক সথূলঞ্চে উভ.লি নেপেলালে, আগলৈ ইয়াৰ পৰ৷ হৰেক ৰকম বিপদৰ ভয় আছে, সেইবাবে ভাবী বিপদৰ পৰা ৰক্ষা পাবৰ নিমিত্তে আৰু মুছলমানসকলৰ বৰুৱা-দ-দব ঋণ-কৰ্মীৰা মাৰিবৰ নিমিত্তে, মঈ খাবিয়া আৰু আপী চইকে খলিফা পদৰ পৰা ভালোঁ। এতিৰা তৃতীয় মানুহ এজনক সেই পদত্ত বৰণ কৰা হওক।” এই বুলি আধুমুহা নিখৰৰপৰা নাগিত, আনৰে তেৰ্ডিগাই তাত উঠ কবলৈ ধৰিলে--"অ'পোনালোকে এইটো শুনিলে যে, মানুকুদাই আলীক অনিফা-পদৰ পৰা গুগইছে। মঙ্গে। তেওঁৰ নততে মত দিই! আৰু তেওঁক পাড়াত কবি মাবিয়াক সেই পদত হণ কৰিলোঁ। হজ্জ্বলত মাৰ্বিয়াই আমাৰ বৰ্তমান পলিকা। কাৰণ, মাবিয়া তত ৪৬ মানব হত্যাৰ প্ৰতিশোধ এবলৈ সাজু আছে আৰু তেওঁ প্ৰকৃত উহ্বাধিকাৰী আড় তেওঁৰী অগণ্য।" সেনাপতি ছজনৰ মুখৰ পৰা এলে আচৰিত কথা শুনি, হজৰত আলীৰ সেনাবিলাকৰ মূৰ্ত নেন আকাশী চৰগছে ভাগি গৰিল। সিহঁতে নিজৰ সেনাপতিৰ এনে ঘিণলগা কাৰৰ নিমিত্তে তেওঁক নানা প্ৰকাৰ বঢ়া-বচন বুলিবলৈকো নেৰিলে। আবু মুছায়ে হুজবত আলীৰ স্যৈ বিভব অনন্তুষ্ট আৰু তেওঁৰ বিশৃদ্ধা- 5491
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩১
অৱয়ব