হজৰত আলী মোৰতজ্ঞ। তেওঁলোকে হুজৰত আলীৰ এই কথাত সন্তুষ্ট নহৈ, আৰু লা-বেন্-ৱাহেবক নিজৰ সেনাপতি পাতি, মাবিয়াৰ বিৰুদ্ধে খিৰ স্ৰদৰত আশীৰ দলৰপৰা 'খাৰিজ' হ'ল। ( 14 ) হৈ যোৱাত এই দলটোৰে 'খাৰিজী নাহবে তা বো। ঠাইখনত কুফা, নাম আৰু আৰবৰ পৰা ২ হেজান সৈন্য গোট খালে। হজৰত আলীয়ে সিহঁতক বহুত বঢ়াই বুজান্নো সৎপথলৈ ঘুৰাব নোৱাৰিলে। অবশেহত সিহঁতৰ আগত থিয় হৈ, ৰাতে বজ্ৰপাত নোহোৱাকৈ বিদ্ৰোহ দমন হয়, এটা নিচান উৰুৰাই ঘোষণা কৰিলে-“খোদা আৰু ৰছুলৰ নিমিত্তে, ধৰ্ম্ম- ৰাজ্যৰ শাস্তিৰ নিনিতে, গিবিলাকে এই নিচানৰ ছাত গোট থাব, নাইবা শত্ৰুতাচৰণ এৰি কুফলৈ উভৰি, তেওলোকক মা কৰা হব। তাকে লকৰিলে, আল্লাৰ নাম নৈশপত খাই কৈছোঁ যে, ইছলামৰ অনিষ্ট চিত্ত৷ কৰা এটি প্ৰাণীও জীমই থাকিবলৈ নিদিওঁ।” এই কথা শুনি ৪ হেজাৰ দৈন্যত ৰাজে নাকী সৈবিতাকে পাৰিৰ্জী দলপতি আব্দুলাক এলি শুটি গ’ল। আব্দলাই এই ৪ হেজাৰ সৈন্মেষে নৈতে হজৰত আলীক আক্ৰমণ কৰিলে; হজৰত আলীতল এনে অসদ্ব্যৱহাৰত বৰকৈ বিৰক্ত জৈ, এই দুষ্ট দলটোক দলন কৰিবলৈ আদেশ দিলে। অৰূপ পৰতে ৯ জন সৈ√ই কোনোমতে পদ্মাই গুণে বঙ্কা কৰিলে আৰু ৰাকী গোটেই সৈহ ৰণত পৰিল। হজৰত অৰ্জীৰ ফলে মথোস ৯ জন 'শহীদ' হ’ল। | 4 | 29
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৩
অৱয়ব