28 হজৰত জ্ঞালী যোৰতঙ্গা। কিন্তু মাবিয়াই খেঁৰে-খোদাৰ লগত যুঁজিবলৈ সাহ কৰে কেনেকৈ? অৱশেঁতত দুই দলব মাজত দোৰ্ঘোৰ ৰণ লাগিল। অন্তব জগননি, ঘোঁৰাৰ পদধ্বনি, বীৰসকলৰ গৰ্জ্জনিয়ে ৰণ-ক্ষেত্ৰ কপাই তুলিলে। কোনে কাক হত্যা কৰিছে, কান কাঁধ কাৰ দেহু সৰকি গৈছে। কোন কত পৰিছে, তাৰ ঠিকনা নাই। ক্ৰমে ৰাতি পালেহি, কিন্তু বণৰ বিৰাম নাই, ই একে ৰাহে চলি আছে। সেনাপতি আলেস্তাৰে—“আল্লাহ/আকবৰ" ধ্বনি কৰি হাতত হুমুখীৰা তৰোৱাল লৈ অসীম বিক্ৰমেৰে “পাৰিম বা মৰিম” এই মন্ত্ৰ লৈ মতলীয়া হৈ ৰণ কৰি গৈ আছে, যেই কালেই গাজী আলেস্তাৰ গৈছে, সেই ফালেই জনশূণ্ণ হৈ পৰিছে। ৰণ-ক্ষেত তেজ-লৈ বৈ গৈছে। অবশেহত ৰাতিপুৱা আলেস্তাবে শত্ৰুবিদাকক কাট নিপাত কৰি শবিধান শিবিৰৰ ওচৰ পালেগৈ। তেওঁৰ ভয়ঙ্কৰ কৰাল মূৰ্তি দেখিয়েই মাধিনাৰ বুকু কঁপিল তেওঁ তৎংঃনপাই পাক কোৰআন বাঠীৰ আগত বান্ধি থিন্ন কৰি বগ সামৰিবলৈ চিঞৰিবলৈ ধৰিলে। এইটো ফাকতি বুলি জানিও, কোৰআনৰ সম্মান ৰক্ষাৰ্থে ৰণ থামিল। বৰুবা বিবাদৰৰ জুই শুনুৱাবলৈ, মধ্যস্ত স্বৰূপ নদিনাবানীৰ পক্ষৰ পৰা কৃষ্ণাৰ শাসনক৷ আনুমুচাক আৰু মাহিয়াৰ পত্ৰুৰ পৰা আমৰক বাছি দি, হজৰত আলী কুফালৈ অংক মাবিবা দামেস্কলৈ উভতিল। কুফাবাসীয়ে এই কথাত মান্তি নহৈ কবলৈ ধৰিলে – “খলিফাৰ বিৰুদ্ধে খোদ৷ আৰু বৃছু নৰ বিৰুদ্ধে বিদ্ৰোহ, তৰে নীনাংসা এক মাথোন আল্লা- হতা পাত বাজে আনৰ ওপৰত নিৰ্ভৰ কৰা অযুগুত।” - সিকালে আবু মুছা আব্দ আমলে দুই স্যৈৰ মধ্যস্থল জুম্ৰডোল- জোলেত গোট-খাই ভয়ানক তৰ্কবিতৰ্ক কৰিবলৈ ধৰিলে। অবশেহত আবূমুছাক ভোলোঙ্গ। বুলি জানিব পাৰি, আমৰে আজলমঠালিকৈ তেওঁক কোমল মাতবে অংশ বৰ আখে-বেথে কবলৈ ধৰিলে— “হে সাধুপুৰুষ! ভাৱে ভাগে অববিতে এনেকৈ কটা-কটি কৰা যুগুত নে? ইশ্বাৰ নিমিত্তে আমি
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩০
অৱয়ব