পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোৰতঞ্জা

অব ১৮ জুন তাৰিখে (০৭ হিজবী) হজৰত আলীয়ে

শুনিলে, মাবিয়াই ৮০ হেজাৰ স্যৈ লৈ বাৰি- চেনি বণ। লোন আৰু ডিবিধাৰ সীমাত থকা কোৰাত (Euphrates) নৈ দাতিকাষৰীয়া চেষ্টিত তেওঁক আক্ৰমণ কৰিবলৈ খাপদি আগেছি। সেনাপতি আনৰ বাহিক মাবিয়াক সহায় কৰিবগৈ অফ আন্তৰিক স্বাৰ্থসিদ্ধিৰ অভিপ্ৰণেৰে নিজে ৰণ কৰিবলৈ সালু হ'ল। কিন্তু ইতিমধ্যে পবিত্ৰ ৰমজান মাহ অহি পৰাত, দুইতলকা মাবি থাকিল। এই মাত ছবি হয়ত অৰ্থীয়ে অপুবাৰ্গ বিও নাকিয়াক শত্ৰুতাচৰণ পৰা নিৰস্ত কৰিব নোৱালি। থিৰ হ'ল- তপোৱালেবেহে সকলো কথাৰ মীমাংসা হব। বীন নাহ 'উকলি গ'ল। দুই পক্ষ ৰণৰ নিশু সাজু। হজ আলীৰে নিজৰ সেনাপতিবিাকক সম্বোধন কৰি ক'লে-“দণক্ষেত্ৰত আগেৰে কোনেও তবে ব্ৰাশ নচলানী, পলৰীয়াক আৰু তিৰোতাক অত্যাসৰ নকৰিবী। শত্ৰু পক্ষই আক্ৰমণ কৰিলে পোনেই আত্মৰক্ষা কৰিবা।” – মাজে সঞ্চশুনা বণ লাগিবলৈ ধৰিলে। এনে ৰণত দুইপক্ষৰে বিশেষ হানি হবলৈ ধৰিলে; চাৰিাহৰ ভিতৰত নাবিয়াৰ ৭৫ হেজাৰ আৰু হজৰত আলীৰ তাৰ অৰ্দ্ধেক দৈ হানি হ'ল। হজৰত আলীৰ ফালে 'শ্বহীদ' (মৃত) হোৱা দৈন নজিত ২৫ জন ছাহাবা ছিল। হজৰত আশ্মাৰৰ মৃত্যুত থলিফা অধীৰ হৈ, ১৯ হেজাৰ ঘোঁৰ-ছাৱাৰ সৈন্তাবে মুকলি ভৰাৱাল হাতত লৈ বিপক্ষ সৈন্ত-বেল ভেদ কৰি একেবাৰে মাবিয়াৰ আগত ওলালগৈ আৰু ৰিঙ্গিয়াই ক'লে—“আৰু কিমান দিন জাবতে মোেছলিন ৰক্তপাত হব। আগবাঢ়ি আই, আমি দুয়ে দ্বন্দ্ব যুদ্ধ কঠোঁ, যেয়ে জয়ী হব, মেয়ে খলিফা হ'ব।” মাধব'ব লগত জাত আলীব বা আমে