পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত মাবিয়াৰ লগত ৰণ সাবিহা লিপদ গ্ৰহণ হজৰত আলীয়ে কাৰিবাৰণত জয়লাভ কৰাত, চিৰিয়া প্ৰদেশত বাজে নিচিক, আবব আৰু ইবান ( সাবষ্যত শান্তিন বিদ। বতাহ, ববলৈ ধৰিলে। কিন্তু চিৰিয়াৰ শাসনকৰ্তা কণী-বিহুৰ গুটি নাবিস্কাৰ দলৰ তাপ চাৰ নগন। তেওঁ নানা কৌশলেৰে হজৰত আলীব হজৰত ওছমানব হত্যাকাত সংশ্লিষ্ট থকা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে আৰু জনবল আৰু ধন-বাহু ওফন্দি নিজক গণিকা বুলি স্বীকাৰ কৰিলৈ প্ৰজাবিলাকক উপদেশ দিলে। তেওঁ মিচিব ও শাসনকৰ্তা 'আমবৰ সহায় প্ৰাৰ্থনা কৰিলে। হবেও নিজস্ব স্বাৰ্থসিদ্ধিৰ মোমিন ছেঘ পাঞ্জ ততালিকে বহুত বিশ্বস্ত নৈগ্যেৰে সৈতে দানেশলৈ গৈ মাণিনাক পলিলা যুক্তি নানি, তেওঁৰ বক্তৃতা স্বীকাৰ কৰিলে! হজৰত আলীণ সদাভাবে বহুত চেষ্টা কৰিও তেওঁলোকক ঘুমি নোৱাৰিলে। অগত্যা তেওঁ ৯ হেজাব সৈন্তা লৈ দামেঙ্ক মুৱা হৈ যাত্ৰা কৰি চিৰিব সীলাত ভাঙ্গু তৰি থাকিলগৈ। পানীৰ অভাব। সেই সময়ত তাৰ ওভবত এজন খৃষ্টান সন্ন্যাসী আছিল। তেওঁৰ পৰা জানিব পাৰিলে যে, বনি-ইস্ৰাইলৰ জনচেবেক সাধু পুৰুযে তাত এটী নাদ খানিছিল; কিন্তু বহুত্ত দিন হ’ল, সেই নাদ পোত গ'ল! সন্ন্যাসী জনে ক'লে——“তেতিয়াৰ পৰাই এটা প্ৰবাদ চলি আছে যে, শেষনবী হজৰত মোহম্মদ (দঃ) ন্যায্য উৎবাধিকাৰী দ্বাৰ৷ সেই অংদৰ পুনৰুদ্ধাৰ হব।” ত হজৰত আলীনে এই কাহিনী শুনি, এডোখৰ ঠাই খানিবলৈ বৈঞ্চবিলাকক আদেশ দিলে। সেই ঠাই খনাত, বহুত শিলৰ তলত, পানীৰে চপচপীয়া হৈ থকা এটা নাম সন্ন্যাসীজনে এনে আশ্চৰ্য্য ঘটনা দেখি, হজৰত আলীৰ ভৰিত পৰিন আৰু থিতাতে ‘কৰ্না’ পৰি মুছলমান হ’ল।