পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হযত আলী মোৰজা। কাম কৰিলোঁ খুলি অনুতাপ কৰি নিজৰ বুকুত তৰোৱালেৰে খোচ নাৰি আত্মহত্যা কৰিলে। ✔ বিদ্ৰোহীনলৰ ঘাই চদাৰ দুজনৰ এনে দশা ঘটান্ত, ইলবত আয়েশ্বা ইজবন্ত শীঘ্ৰেধান পৰ্ষাকৱ বৰ শঙ্কটত পৰিল। তেও পৰিণাম চিন্তা কৰি থাকোতেই, তেওঁৰ উটটে৷ কাড়েৰে ৰাইল হৈ মাটিত পৰি গ'ল। হজৰত আৰেশ্বাক নাটিত ব| দেখি, তেওঁৰ গৈন্তবিলাক সবাই পত্ৰং দিলে৷ হজুৰত আপীৰে স্যৈবিলাকৰ এনে অসদ্ব্যৱহাৰ দেখি সন্মাহস্ত হৈ তেতিয়াই হজনত আয়েশ্বাৰ গুচৰ চাপি গ'ল। হজ্‌ত আন্নেশ্বাই হজৰত আশীক 'ওচৰত দেখি, ভন্ন খাই তেওঁক ঊৰ্ধ্বমুধাকৈ শপিবলৈ ধৰিলে। তেওঁ জানিছিল, তেওঁৰ এতিৰ৷ আৰু নিস্তাৰ নাই। উদাৰপ্ৰকৃতি হজৰত আগীৰে নিবে শপনি সহ্য কৰিলে। ম৷তৃতু্য হুজৰত আয়েশ্বাক আছে বেধে ৪০ জনী বান্দী আৰু তেওঁৰ পুতেক মহাত্মা হাচান আৰু হোচেনক লগভ দি তেওঁস থকা ঠাইলৈ পঠিয়াই দিলে। বছবাৰ বি.দ্ৰাহ সমূৰ্ণ নাব’গন। হজৰত মাগীৰে বৰ্ণত জন্মলাভ কৰি যুদ্ধত গোৱা বক্স-বস্তুবিলাক ৰণত ‘শ্বহীন' (মৃত) হেৱ সৈøবিলাকৰ উত্তৰ- বিকাৰীৰ মাজত ভঙ্গিবাই দি তেওঁ আব্দুল্লা-বেন্-আব্বাহক বছৰাব শাসনকৰ্তা পাতিলে আৰু কুকগণীৰ নাৰৰ বঁটা স্বল্প সুক| নগৰত ৰাজধানী স্থাপন কৰি তেওঁাণক সন্তুষ্ট কৰিলে। ৬৫ অন্দ (শ হিঃ) এই ভীষণ বিদ্ৰোহ-জুই হুনান।