হজবত আলী মোৰঞ্জা! - বা তালহাৰ মৃত্যু। জোবেৰে সচাকৈয়ে কাজ পাই নিজৰ শিবিৰলৈ গৈ, শত্ৰুতাচৰণৰ স এৰি দিছিল; কিন্তু তালহা আৰু আব্দুল্লাৰ কান্দত পৰি ৰণ দিবলৈ দুনাই সাজু হ'ল। হজবত আয়েখ। এটা উটত উঠি দণ-ক্ষেত্ৰলৈ আহিছিল, সেইবাবে আৰববিলাকে এই ৰণক “ইয়াওমোল্ জমল* ( উট-নণ) বোলে। 'কাৰিবা’ বোলা ঠাইখনত এই ৰণ লাগিছিল বুশি, ইৰাক 'কাধিবা-বণে বোলে। দুই দলৰে দোৰ্ঘোৰ বা লাগিল। তাহক প্ৰাণপণে যুদ্ধ কৰা দেখি, মাৰৱাণ নামেৰে খলিফা পক্ষীয় এজন মানুহে ক'লে—“কি আশ্চৰ্য্য! দিন চেৰেক আগেৰে এই মাহুহুটো হওৰত শুচদানৰ হত্যাকাৰীন দলত আছিল, এতিয়া আকৌ তেওঁধ হত্যাৰ প্ৰতিশোধ শবলৈ সাজু হৈছে।” এই বুঝিয়েই তেওঁ এপাট কাড় নাৰি পঠিয়ালে। সেই ঝাড় তালহাৰ ভৰিমেদি সৰকি গ'ল আৰু তেতিয়াই তেওঁ খোঁৱাৰপৰা লুটি পাই মাটিত পৰি গ'ল। পাচত শিবিৰলৈ লৈ যোৱাত তেওঁ তাতে শবে ভাস্হা পৰিল, শোবেৰৰ মুখ শুকাল। জোবেৰে ভগ্ন ভাকৈ ৰণ কৰি আছে, এনেতে হোজা জ্ঞানী 'অন্মৰিক হজৰত আদীব সৈহুদলৰ নামত দেখি, হজৰত বন্ধুগ কবিমন ( দঃ ) কথালৈ তেওঁৰ মনত পৰিন। হজ্জলত বছুন্নবলিনে এদিন লৈছিল-“আম্মাৰ সদায় সত্য আৰু ভাৱৰ পক্ষ অবলম্বন কৰিব।" ছোসেব মনত অনুতাপ আহিল আৰু তেতিনটি বণ-ক্ষেত্ৰ এবি নক্কাদ্বৰ ’ন। কিন্তু বিধি বিধান বুজিব নোৱাঠি! বাটত ছাপা নৈৰ দীৰ্তিত আম নেন্-হৰমুজৰ হাতত মৰা পৰে। অনঙ্খ্য বিধি বিধান পূৰ্ণ হ’ল। আমকৱে বঁটা পাবৰ আশাৰে তেওঁৰ্ষ কটা যুব লৈ হজৰত আলীৰ ওচৰত ওলালগৈ। স্বজন হ আলীগে জোবেনৰ এই কটা যুব দেখি কান্দিবলৈ ধৰিলে। জোবেৰৰ কটা মূব দেখি হক্কৰত আলীয়ে আমৰক শাও দিয়াত, আনৰ্গৱ কিয় এনে জোৰেবৰ মৃত্যু |
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৬
অৱয়ব