হজ্বৰত আলী মোৰতঙ্গা। হজৰত আলীয়ে সৈন্য বিলাকক আৰু দুইটি পুতেকক উপদেশ দি, মনে মনে ইছলাম-ৰাজ্যৰ পৰিণাম চিন্তা কৰিবলৈ ধৰিলে। তেওঁ আহুমুছাৰ ওচৰলৈ পঠোৱা দূত হুজনৰ নিমিত্তে বাট চাই থাকিল। দূত দুজনে কুফালৈ গৈ দেখিলে, তালহা আৰু জোবেৰে বছৰা অধিকাৰ কৰাৰ পাচত, আবুমুছাৰ আগৰ মত লবিল; সেইবাবে দ্ৰুত ছদন উভতি আহিন। এই সময়ত হজৰত আলী ক্ৰমে আগুৱাই জোলকাহান নামেৰে ঠাইথনত ওলালগৈ। তাতে তেওঁ পঠোৱা শাসনকৰ্তা ওতুমানৰ লগত দেখা হ'ল। ওছমানৰ অপমান আৰু গাঞ্চনাৰ কথ৷ শুনি তেওঁ বৰ চখিত হ'ল। St আৰুমুচাৰ মত পৰিবৰ্ত্তনৰ কথা শুনি, হজৰত আলীৰে আলেস্তাব আৰু এবনে আব্বাত্বক আকৌ তেওঁৰ ওচৰলৈ সহান্ন পাবৰ আশাবে পঠিয়ালে। কিন্তু তেওঁলোকেও একো কৰিব নোৱাৰি উভতি আহিলত, হাচান আৰু আম্মানক পঠিয়ালে। শচুমুহাই আথে বেধে হাচানক অভ্যৰ্থনা কৰিলে। আনফালে হজৰত আৰেখই পঠোৰ| দুতবিপাকে তেওঁৰ ফৰীৰা হবলৈ নানুহবিলাকক উত্তেজিত কৰিবলৈ ধৰিলে। অৱঃশবত অংচুমুছাই উপায় নেপাই সকলোকে লৈ নহজিনলৈ গ'ল। ভাত নান ৰকন উথনা-উখনি হ’ল, কিন্তু একো থিব|ং নহ'ল। তেতিয়া হাসনে থিয় হৈ ক'লে “তাহা, জোৰে আৰু তেওঁলোকৰ লগত আপোনালোকেই নেৰে বাধাজনৈক একে আষাবে বৰ্ণিকা গদত বহন কৰি, তেওঁৰ আদেশ অনুসৰি কনে কৰিবলৈ স্বীকাৰ কৰিছিল। তিন! তেওঁ বিদ্ধ থিন হেৰিটো আপোনালোকৰ পক্ষে নিতান্ত গৰ্হিত কান। তেওঁজ পৰা নেতি, কেতিয়াও স্বাৰ্থপৰত! বা অন্যায় অবিচাৰ কোনো চিন পোৱা নাই, তেতিয়া এই বিপ্লবন সময়ত আপোনালোকে তাৰ অঙ্কাৰ বিবেচনা কৰি কাম কৰা উচিত; কাৰণ, আল্লাহ- 'য়। ফঙ্গীৰ, এইটো মনত ৰংখিব।" তাৰ পাচত মহাত্মা ডানে বিদায় লৈ গুচি আহিল। সত্যৰ অসীম শক্তি! ইমাম হাচানৰ
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৪
অৱয়ব