পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোৰঞ্জ। মেছিলিম ভাইসকলৰ বিৰক্তিৰ কাৰণ কি তাক নিৰ্ণয় কৰি, শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰক; তাঁকে নকৰিলে বৰুৱা-দন্দৰ পৰাই ৰণৰ জুই বিয়পি গোটেই ইছলাম ৰাজ্য পুৰি ছাই কৰি পেলাব।” এই সময়তে মদিনাৰ পৰা ভালেমান সাহায্যকাৰী সৈহ আহি পালেহি। হজৰত আলীয়ে সকলোকে গোট খুৱাই ক'লে—“আমি যেতিয়া আন্ধাৰত পৰি আছিলোঁ। তেতিয়া আমি কটা-কটি মৰা-মৰি কৰি দিনে ৰাতিয়ে দন্দ-খৰিষ্কাল কবি কাল কটাইছিলোঁ। আল্লাহ-ত('লাই 'বহ' ( কৃপা ) কৰি আনাৰ হিয়াত সভা- ধৰ্ম্মস পোহৰ তালি দি আমাক একে ডাল জৰীৰে বান্ধিলে। হজৰত ওচু লানৰ হত্যাৰ আগলৈকে শন্তি আছিল। যিবিলাকে হিংসাৰ বশৱৰ্ত্তী হৈ স্বাৰ্থ- সিল্কিৰ নিমিত্তে আনৰ অনিষ্ট কৰিবলৈ সাজু হৈছে, তেওঁলোকে পাহৰি গৈছে শে, সংসাবৰ গন্তেকীৰ। সুখ সম্পদন সানি তেওঁলোকে অনন্তকালৰ নিমিত্তে ডাদেৰ কষ্ট ভোগ কৰিব ইওক নহওক, আন আন জাতিৰ দৰে তেওঁলোকৰ ভিডবক তিন তিন ভাগ হোৱাত, অবশ্য জাল্লাহতা'লাৰ গূঢ়তত্ত্ব লুই আছে। সেইদেখি, এভিলা সেই অনন্ত সহঙ্কন মহা শক্তিশলী আল্লাহতা'লাত আত্মসমৰ্পণ কৰা আমাৰ নিতান্ত উচিত।” তাৰ পাচত নিজৰ ডাঙ্গৰ পুতেক হাচানক কবলৈ ধৰিলে— “উদ্দেশ্য নোহোৱাকৈ পৃথিবীত কোনো কাম নহৰ। বহুলুল্লাই কৈ গৈছে, এসময়ত আৰববিলাকৰ মাজত ৭৫টা দল হন। হেই সময় আহি পাইছেহি। (1) সেইদেখি, ধৰ্ম্মত ঘটল থাকি হোল পোন বাটেদি যাঁ।। গ্ৰন্থৰূপে আল্লাভ, ধৰ্ম্মস্কাপে ইছলামত, পৰগাম্ববৰূপে মোহম্মদত (দঃ) আৰু বাট দেখুৱাওটাৰূপে কোৰ্মান মজিদত সন্তুষ্ট থাকিবা।” । 52 (2) এইটো হবত আলী, হাচান ঝাৰু হোচেনৰ মৃত্যুকাল সম্বন্ধে হইত প বাণী।