পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী মোনা " কিন্তু এনে ধৰ্ম্মব্যাঘাতজনিত গৰ্হিত কাম কৰিবলৈ বিদ্ৰোহীবিলাকক এৰি দিলেও আল্লাহ্ তা'লাব ‘গজব’ৰ (অভিশাপৰ ) ভয় আৰু আৱেম্বাৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰাও অন্যায়, এই ছয়ে তেওঁলোকৰ মনৰ জড়তা উৎপাদন কৰি দিছিল। অৱশ্বেত জায়েদ-বেল্-হানজ্বেলাই থিয় দি চিঞৰি চিঞৰি ক’লে-“আলী সকলোৰে প্ৰিয় আৰুদ হৰেক প্ৰকাৰে খলিফা পদৰ যোগ্য। তেওঁ এই পদ্ম লবলৈ অমিচ্ছ। কৰিছিল, কিন্তু সকলোৰ অনুৰোধতহে গ্ৰহণ কৰিলে। এতিৰ। বিবিলাকে তেওঁক সহায় কৰিবলৈ পাচহোঁহকিবৰ ইচ্ছা পাঙ্গহাহফক, আমি প্ৰাণাস্ত্বেও তেওঁৰ বিৰুদ্ধে খিঁন্ন নহওঁ।” তেন্দ্ৰিয়াই আন হুজন মাহুহে কৈ উঠিল———“হজৰত ওছমানব হত্যাকাণ্ডত হজৰত আলীৰ কোনো সম্পৰ্ক নাই, তেওঁ সমূলি নিৰ্দোষী।” তাৰ পাচত আন্‌ছাৰ এজনে হজৰত আলীক সম্বোধন কৰি ক'লে—“ৰছলুল্লাহ হজৰত মোহম্মদে ( মোক এই তলোৱালেবে সম্মানিত কৰিছিল। এই তৰোৱাল আজিলৈকে ঠাকৰ ভিতৰতে সোমাই আছিল। এতিয়া প্ৰতাৰকদলক জোখাৰে শান্তি দিবলৈ ফাঁকব পৰ৷ ঊৰ্মিনাবা এয়ে সোনামা সুযোগ।” এইদৰে প্ৰায় সকলোৱেই হজৰত আলীৰ ফলীয়া চৰলৈ স্বীকাৰ কৰিলে। অগত্য, হজৰতআলী ৰণ দিবলৈ সাজু হ'ল আৰু থিতাতে ৯০০ সৈন্য গোট খালে। হজৰত আয়েস্থা বড়বা নৌপে বাব হালীৰ বছৰালৈ আগেধে তেওঁক হাত কৰিবৰ নিৰ্মিত হজৰত যাত্ৰা ও কুফালৈ দ্ৰুত পঠোৱা। অগী মদিনাৰ পা এই দৈন্য লৈ 'ওশান। বাইত আব্ৰাব্দ৷ নামেৰে ঠাইত গৈ শুনিলে যে, তেওঁলোকে বছৰালৈ গৈ নগৰ অধিকাৰ কৰি ল'লে। হজৰত আলীয়ে এই বাতৰি পাই আৰুৱাকাতে হ'ল। তাৰ পৰাই তেওঁ মোহম্মদ-লেন-আবুবকৰ আঞ্চ মোহম্মদ-বেন্-সাফ ক কুকালৈ পঠিয়াই তেওঁৰ বন্ধু সকলোলৈ লিখিলে – “আপোনালোকে ধৰ্ম্ম- ৰাজ্যত এই বিদ্ৰোহ আনল ওপৰলৈ উঠিবলৈ নৌপাওঁতেই মুমুৱাবলৈ আৰু